AssamGuru.com
1.17K subscribers
1 photo
2 files
447 links
AssamGuru.com Provide Latest Govt and Private Sector Jobs, Recruitment, Vacancies, Admit Card, Results, Sakori in Assam and North East India States.

#AssamJob #AssamGovtJob #JobAssam #AssamCareer.com #AssamNewJob #AssamGuru.com #Jobassam
Download Telegram
AssamGuru.com pinned «Assam Direct Recruitment Syllabus 2022 | Grade III /Grade IV Exam Pattern https://www.assamguru.com/2022/05/assam-direct-recruitment-syllabus.html»
AssamGuru.com pinned «Assam Direct Recruitment Admit Card 2022 | 26441 Posts Written Exam Date https://www.assamguru.com/2022/06/assam-direct-recruitment-admit-card.html»
Best of Luck For Asam Direct Recruitment Grade iv Exam
Assam Direct Recruitments Exam- 2022 ত অহা Memory Based Questions বিলাক দিয়া হল!

1) অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰীৰ নাম কি ?
উত্তৰ: বিষ্ণুৰাম মেধি

2)আহোমৰ শেষৰ ৰজাজনৰ নাম কি?
উত্তৰ: পুৰন্দৰ সিংহ

3) টাকা কোন দেশত প্ৰচলন হয়?
উত্তৰ:বাংলাদেশ

4) U A E ত মুদ্ৰা ক কি বোলে?
উত্তৰ:ডিৰহাম

5)কোনখন ৰাজ্য সাগৰৰ ওচৰত নাই?
উত্তৰ: চিকিম

6)ভিক্টোৰিয়েল মেমৰীয়েল কোন ঠাইত অৱস্থিত ?
উত্তৰ: কলকাতা

7)2021 অসম বৈভৱ কোনে লাভ কৰিছে?
উত্তৰ: ৰতন টাটা

8)Zimbabwe ৰ ৰাজধানী
উত্তৰ: Harare

9)'অ মোৰ আপোনাৰ দেশ' কোনখন আলোচনীত প্ৰথম প্ৰকাশ হৈছিল ?
উত্তৰ: বাঁহী, 1909

10) Durand line
উত্তৰ: আফগানিস্তান আৰু পাকিস্তানৰ মাজত

11) LAD সম্পূৰ্ণ ৰূপ
উত্তৰ: local area development

12)বেংকক কোন দেশৰ ৰাজধানী?
উত্তৰ:থাইলেণ্ড

13)colour tv ভাৰত বৰ্ষত কিমান চনত আৰম্ভ হৈছিল?
উত্তৰ:25 এপ্ৰিল, 1982

14) কৌটিল্য কাৰ ৰাজত্ব কালত......
উত্তৰ: চন্দ্ৰগুপ্ত মৌৰ্য

15) অসম আৰু অৰুণাচল সংযোগ কৰা ঠাইখন..
উত্তৰ:

16)হিমা দাস কোন খেলৰ লগত জড়িত
উত্তৰ: দৌৰ

17) নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কত অৱস্থিত
উত্তৰ: আহমেদাবাদ, গুজৰাট

18) 8 may
উত্তৰ: Mother's day

19) article RTE
উত্তৰ: 21A

20)কোন আন্দোলনত কনকলতা শ্বহীদ হৈছিল
উত্তৰ:ভাৰত ত্যাগ

21) ধঁপাত দিৱস
উত্তৰ: 4may

22)ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ
উত্তৰ: আৰ্যভট্ট

23) অসম ৰাজ্যিক সংগ্ৰাহালয় কত অৱস্থিত
উত্তৰ: দীঘলীপুখুৰী, গুৱাহাটী

24) অসম মেডিকেল কলেজ
উত্তৰ: ডিব্ৰুগড়

25) নৰনাৰায়ণ সেতু সংযোগী দুখন জিলা
উত্তৰ: গোৱালপাৰা আৰু বঙাইগাও
❤12👍5🥰1
নতুনকৈ সংশোধনী কৰি পদসমূহ 25807 লৈ কমাই অনা হৈছে। সবিশেষ চাওক

Assam Direct Recruitment 2022 | 25807 Grade III/IV Posts | VIII Pass/ 10th Pass/ 12th Pass/ Degree

https://www.assamguru.com/2022/03/assam-govt-job.html
😢3❤1
Admit Card of Assam Direct Recruitment for Class-III (Driver) will be issued on 30th August 2022 at 11 AM. Written Test for the same to be held on 11th September 2022.

https://www.assamguru.com/2022/06/assam-direct-recruitment-admit-card.html
❤1👍1👏1😱1
Best wishes to all the candidates of Assam Direct Recruitment Grade III Exam 2022 !
👍3❤2👏1