CIS-A2K সংস্থাই অসমীয়া ৱিকিমিডিয়া সমাজ আৰু ৱেষ্ট বেংগল ৱিকিমিডিয়ানছ গ্ৰুপৰ সহযোগত ভাৰতীয় ভাষাসমূহৰ ৱিকিউৎস প্ৰকল্পসমূহৰ মাজত এখন প্ৰুফৰিডথন (মুদ্ৰণ সংশোধন প্ৰতিযোগিতা) অনুষ্ঠিত কৰে। ২০২০ চনৰ ১ মে'-ৰ পৰা ১০ মে'লৈকে অনুষ্ঠিত এই প্ৰতিযোগিতাত ১২ টা ভাৰতীয় ভাষাৰ ৱিকিউৎসই যোগ দিয়ে।
ইয়াত অসমীয়া ৱিকিউৎসৰ পৰা ২৬ জন সদস্য/সদস্যাই অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাৰ বাবে ২৭ খন কপিৰাইট-মুক্ত অসমীয়া গ্ৰন্থ নিৰ্বাচন কৰা হৈছিল।
ইয়াত অসমীয়া ৱিকিউৎসৰ পৰা ২৬ জন সদস্য/সদস্যাই অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাৰ বাবে ২৭ খন কপিৰাইট-মুক্ত অসমীয়া গ্ৰন্থ নিৰ্বাচন কৰা হৈছিল।
𝕋𝔸𝕃𝔼𝕊 𝔽ℝ𝕆𝕄 𝕋ℍ𝔼 ℍ𝕀𝔾ℍ𝕃𝔸ℕ𝔻𝕊
#ASSAM
"চৰ্দাৰ বʼলে কাম কাম
বাবু বʼলে ধৰি আন.....
ফাঁকি দিয়ে আনিল আসাম" 🌿
https://as.wikipedia.org?curid=59019
#ASSAM
"চৰ্দাৰ বʼলে কাম কাম
বাবু বʼলে ধৰি আন.....
ফাঁকি দিয়ে আনিল আসাম" 🌿
https://as.wikipedia.org?curid=59019
as.m.wikipedia.org
অসমৰ চাহ জনগোষ্ঠী - অসমীয়া ৱিকিপিডিয়া