IndiaFastJobAlert.Com
47.2K subscribers
1.53K photos
7 videos
11 files
4.06K links
Hello Lovely Subscribers, I'am Rekib Afredi. Welcome to our Official Channel 'IndiaFastJobAlert.Com'.


🌐 IndiaFastJobAlert.Com
🌐 RekibAfredi.Com

#AllJobAssam
#assamcareer
#jobassam
#assamgovtjob
#govtjobinassam
#assamdirectrecruitment
#RekibAfredi
Download Telegram
বিষয়টো এনে নহয় যে মানুহজনে হাতিটিটোক ঠেলি ঠেলি ওপৰলৈ উঠাইছে ।
বিষয়টো হ'ল মানুহজনে হাতিটোৰ পিছফালে হাত ৰখাৰ কাৰনে হাতিটতোৱে মনে মনে ভাবিছে যে তাক সহায় কৰাৰ বাবে এনেকুৱা কোনোবা নহয় কোনোবা আছে ; সেয়ে হাতিটোৱে নিজেই ওপৰলৈ উঠি গৈছে।

আমাৰ মাজৰ বহুতৰেই এনে কিছুমান ধাৰণা থাকে যে, কোনোবা নহয় কোনোবাই মোক ওপৰলৈ উঠাব , আৰু মই সফল হম। বিষয়টো কিন্তু তেনে নহয়।
আপোনাৰ কর্ম, আপোনাৰ পৰিশ্রমেই আপোনাক সফল কৰি তুলিব।

কেৱল পিছফালে থাকি আপোনাক সহাৰী দিয়াৰ দৰে এজন যদি পায়; যেনে- দেউতা, মা, বন্ধু, শিক্ষক, ভালপোৱাৰ মানুহ,যিজনেই নহওক কিয়; তেতিয়াহে আপুনি নিজৰ কর্মক্ষেত্র খন আৰু বহুত বেছিকৈ সফলতা অর্জন কৰিব পাৰিব।

কাৰোবাৰ চাপোর্ট পোৱাৰ পিছতো যদি আপুনি সফল হব নোৱাৰে,তেন্তে ধৈৰ্য নেহেৰাব। চেষ্টাৰ দৰে চেষ্টা কৰি থাকক , সফলতা আহিবই আহিব।

আৰু এটা কথা মনত ৰাখিব, সফল কোনোবাই কৰি নিদিয়ে; সফল হব লাগে।
কিন্তু ভৰসা আৰু ভালপোৱা থকাটো আৱশ্যক।ধন্যবাদ
❤122👍41🥰9👏5