IndiaFastJobAlert.Com
47.2K subscribers
1.53K photos
7 videos
11 files
4.06K links
Hello Lovely Subscribers, I'am Rekib Afredi. Welcome to our Official Channel 'IndiaFastJobAlert.Com'.


🌐 IndiaFastJobAlert.Com
🌐 RekibAfredi.Com

#AllJobAssam
#assamcareer
#jobassam
#assamgovtjob
#govtjobinassam
#assamdirectrecruitment
#RekibAfredi
Download Telegram
❤42👍17😢9😭8🤗2
⭕ *আজি হৈ যোৱা পৰীক্ষাৰ কিছু প্ৰশ্ন* ⤵️

১/অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্রী কোন?
২/স্বাধীন  ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন?
৩/মিজোৰামৰ ৰাজধানী
৪/ব্ৰহ্মপুত্ৰ নদীৰ এখন উপনদী
৫/তিনিওফালৰ পৰা পানীয়ে আগুৰি থকা ঠাইত কি বোলে?
৬/বৰাক নদীৰ পাৰত থকা এখন চহৰ আৰু নথকা চহৰ
৭/১৬ ৰ ১৬%ৰ মান কিমান?
৮/লীলাবাৰী বিমান বন্দৰটো কোনখন জিলাৰ মুখ্য কাৰ্যালয়ৰ ওচৰত আছে?
৯/চুইজাৰলেণ্ড ক'ত আছে?
১০/মেচুকা নামৰ ঠাইখন ক'ত আছে?
১১/লোকটাক হ্ৰদ ক'ত আছে?
১২/ভাৰতৰ উত্তৰ দিশত কোনখন কেন্দ্রীয় শাসিত অঞ্চল আছে?
১৩/ভাৰতৰ বিষুৱ ৰেখাই কোনখন দেশক কেন্দ্র বিন্দুত স্পৰ্শ কৰিছে?
১৪/১জানুৱাৰী ২০২২ ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্রধান মন্ত্রী কোন আছিল? (ৰাষ্ট্ৰপতি আছিল নে প্রথম মন্ত্রী পাহৰিছোঁ)
১৫/কোনখন ৰাজ্যক সাত ভনীৰ জলপ্রপাত ৰাজ্য বুলি কোৱা হয়?
১৬/কোনটো নিষ্ক্রিয় গেছ নহয়?

*সকলোৰে সুবিধাৰ্থে দিলোঁ। আৰু প্ৰশ্ন দিবলৈ চেষ্টা কৰিম💕*
👍138❤31😭14🔥9👌9😍4🤗2🤔1