IndiaFastJobAlert.Com
47.2K subscribers
1.53K photos
7 videos
11 files
4.06K links
Hello Lovely Subscribers, I'am Rekib Afredi. Welcome to our Official Channel 'IndiaFastJobAlert.Com'.


🌐 IndiaFastJobAlert.Com
🌐 RekibAfredi.Com

#AllJobAssam
#assamcareer
#jobassam
#assamgovtjob
#govtjobinassam
#assamdirectrecruitment
#RekibAfredi
Download Telegram
সমূহ ইছলাম ধৰ্মাৱলম্বী ভাই-বন্ধুসকলৰ লগতে মৰমৰ জ্যেষ্ঠসকললৈ পৱিত্ৰ 🕋"ঈদ-উল-ফিতৰ"🕋ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
নেদেখাজনৰ কৃপাত এই পৱিত্ৰ দিনেই কঢ়িয়াই আনক সমাজৰ প্ৰতি শান্তি-সম্প্ৰীতি,ভাতৃত্ববোধ আৰু সমন্বয়ৰ বাৰ্তা।পূৰণ হওঁক জীৱন সংগ্ৰামীসকলৰ মনৰ আশা।প্ৰত্যেকৰে পৰিয়াললৈ আহক সুখৰ বতৰা।
যদি কোনোৱাই ভাৱে যে সমাজৰ প্ৰতি ভাতৃত্বভাৱ নোহোৱা হবলৈ ধৰিছে তেনেহ'লে অতি সোনকালে প্ৰত্যেকেই সমাজৰ প্ৰতি সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰক আপোনালোকে চাব গোটেই ঠিকেই থাকিব। য'ত সম্প্ৰীতিৰ নিদৰ্শন থাকিব তাতেই সুস্থ সমাজ গঢ়ি উঠিব।
❤72👍10👌2
Kaidin man pasot Siori Siori kobo moi 1 lakh Sakori delu Kin2 Real koi kiman jone pale Sakori ( Overlapping )
👍46👎9❤2🕊1
👍25😭9👎4