IndiaFastJobAlert.Com
47.1K subscribers
1.53K photos
7 videos
11 files
4.06K links
Hello Lovely Subscribers, I'am Rekib Afredi. Welcome to our Official Channel 'IndiaFastJobAlert.Com'.


🌐 IndiaFastJobAlert.Com
🌐 RekibAfredi.Com

#AllJobAssam
#assamcareer
#jobassam
#assamgovtjob
#govtjobinassam
#assamdirectrecruitment
#RekibAfredi
Download Telegram
Forwarded from Martin Xavier
[20/02, 8:10 PM] Kiran Rijiju: 1) পথৰুঘাটৰ ৰণ কত হৈছিল
২) ভাৰতৰ নবেল বঁটা কোনে প্ৰথমে লাভ কৰিছিল
৩) শৰাইঘাটৰ যুদ্ধ কিমান চনত
৪) মেৰী কমে অলিম্পিক ত কিমান মেডেল পাইছিল
৫) বৰদলৈ ট্ৰফী কি খেলৰ লগত জৰিত
৬)২০২২ ত বিশ্বকাপ ফুববল কত হব
৭) জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছে
৮) কলীয়া ভোমোৰা দলং কোন দুখন ঠাইক সংযোগ কৰিছে
৯) অসমৰ বিধান সভাৰ আসন কিমান
১০) ৰাষ্ট্ৰীয় স্ংগীতৰ ৰচক কোন
১১)হালধিয়া চৰায়ে বাওধান খায় কাৰ ৰচনা
১২) ভাৰতীয় সেনাৰ শ্লোগান তো
১৩) সতী সাধনী কোন বংশৰ আছিল
১৪) তলৰ কোনটো ব্ৰহ্মপুত্ৰ ৰ উত্তৰ পাৰৰ ঠাই নহয়
১৫)who ৰ headquarter কত আছে
১৬) আনন্দামত ৰ লিখক কোন আছিল
১৭) নামঘোষা ৰ ৰচক কোন আছিল
১৮) জয়মতী ছবি ৰ পৰিচালক জন কোন
১৯) সবৰমতী আশ্ৰম কত আছে
২০)golden silk বুলি কাক কোৱা-- এৰী , মুগা ,,,
২১) উমানন্দ মন্দিৰ.. কাৰ পূজা হয়
২২)indian national congress কিমান চনত গঠন হৈছিল
২৩) অসম চুক্তি কোন চনত
স্বাক্ষৰিত হৈছিল
২৪) গাৰো লোক সকল প্ৰধানকৈ কত পোৱা যায়
২৫) অৰুণাচলৰ ৰাজধানী কি আছিল
২৬) এক মিলিয়লত কিমান?
২৭) আটাইতকৈ তৰল ধাতু বিধ
২৮) hand senitaijer ত কি দ্ৰৱ ব্যৱহাৰ কৰা হয়
২৯) এখন থানাৰ OC জন কি rank r
৩০) মায়ামৰা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল
[20/02, 8:11 PM] Kiran Rijiju: Ajir gk queson
👍2