Don't have Telegram yet? Try it now!
https://tultulkutumonline.com/2019/02/09/%e0%a6%a4%e0%a6%bf%e0%a6%a8%e0%a6%bf-%e0%a6%a4%e0%a6%be%e0%a6%b2%e0%a6%be%e0%a6%95%e0%a6%95-%e0%a6%b2%e0%a7%88-%e0%a6%aa%e0%a7%81%e0%a6%a8%e0%a7%b0-%e0%a6%b8%e0%a7%b0%e0%a7%b1-%e0%a6%b8%e0%a7%b0/
তিনি তালাকক লৈ পুনৰ সৰৱ সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেব।২০১৯ত নিৰ্বাচনত শাসনৰ গাদীলৈ উভতি আহিলে তিনি তালাক নিষিদ্ধকৰণ আইনখন খাৰিজ কৰাৰো হুংকাৰ দিলে অসমৰ সাংসদগৰাকীয়ে।