Don't have Telegram yet? Try it now!
https://tultulkutumonline.com/2019/03/13/%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%ab%e0%a7%81%e0%a6%b2%e0%a7%8d%e0%a6%b2-%e0%a6%95%e0%a7%81%e0%a6%ae%e0%a6%be%e0%a7%b0-%e0%a6%ae%e0%a6%b9%e0%a6%a8%e0%a7%8d%e0%a6%a4%e0%a6%95-%e0%a6%b2%e0%a7%88/
প্ৰফুল্ল কুমাৰ মহন্তক লৈ হোজাইৰ বিধায়ক শিলাদিত্যৰ তীৰ্য্যক মন্তব্যঃ বাংলাদেশী মুছলমান সকলৰ মাজতহে জনপ্ৰিয়। মহন্তই বাংলাদেশী মুছলমান অধ্যুষিত অঞ্চল ধুবুৰীৰ পৰা নিৰ্বাচন খেলিলে জয় লাভ কৰিবই। পুনৰ মিত্ৰতা কৰি অগপই বুজাই দিছে যে নাগৰিকত্ব সংশোধনী বিধেয়ক অগপই সমৰ্থন কৰে : শিলাদিত্য By joining hands with BJP, AGP has shown its supports towards Citizenship (Amendment) Bill: MLA Shiladitya Deb #LokSabha2019elections