অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন কত হৈছিল
Anonymous Quiz
87%
শিৱসাগৰ
0%
চৰাইদেৱ
13%
যোৰহাট
0%
গোৱালপাৰা
অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল
Anonymous Quiz
25%
পদ্মনাথ বৰুৱা
6%
চন্দ্ৰধৰ বৰুৱা
63%
পদ্মনাথ গোহাঞি বৰুৱা
6%
কালিৰাম মেধি
লক্ষ্মীনাথ বেজবৰুৱাই কিমান চনত ৰসৰাজ উপাধি লাভ কৰিছিল?
Anonymous Quiz
33%
1913
13%
1921
47%
1931
7%
1831
প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন?
Anonymous Quiz
65%
যতীন্দ্ৰ নাথ দুৱাৰ
24%
লক্ষ্মীনাথ বেজবৰুৱা
6%
হেমচন্দ্ৰ গোস্বামী
6%
হেমচন্দ্ৰ বৰুৱা
প্ৰথম অসমীয়া চুটিগল্পৰ জনক কোন?
Anonymous Quiz
6%
যতীন্দ্ৰনাথ দুৱাৰ
0%
হেমচন্দ্ৰ গোস্বামী
0%
নলিনীবালা দেৱী
94%
লক্ষ্মীনাথ বেজবৰুৱা
অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন
Anonymous Quiz
88%
নলিনীবালা দেৱী
0%
মিৰা শৰ্মা
6%
পুষ্পলতা
6%
হেমপ্ৰভা