General Knowledge- MCQ
200 subscribers
38 photos
1 video
8 files
73 links
Download Telegram
২০১১ চনৰ লোক পিয়ল মতে অসমৰ জনসংখ্যা কিমান ?
Anonymous Quiz
34%
ক) ৩,১২,০৫,৫৭৬ জন
32%
খ) ৩,১২,০৫,৫৩৭ জন
16%
গ) ৩,১২,০৫,৫৭৫ জন
17%
ঘ) ৩,১২,০৫,৫৩৮ জন
১) প্ৰশ্ন : “বন্দো কি ছন্দেৰে” নামৰ প্ৰখ্যাত গীত ৰচয়িতা কোন?
উত্তৰ : অম্বিকাগিৰি ৰায় চৌধুৰী।
২) প্ৰশ্ন : অলিভাৰ টি কট্টাৰ কোন?
উত্তৰ : অসমৰ প্ৰথম বাৰ্তালোচনী “অৰুণদইঅ’ৰ (১৮৪৬) প্ৰতিষ্ঠাপক মুদ্ৰক।
৩) প্ৰশ্ন : গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল?
উত্তৰ : কৃষ্ণকান্ত সন্দিকৈ। (১৯৪৮-১৯৫৭)
৪) প্ৰশ্ন : ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা অসমৰ জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ’……….. ৰ সুৰকাৰ কোন আছিল?
উত্তৰ : কমলা প্ৰসাদ আগৰৱালা।
৫) প্ৰশ্ন : অসম সাহিত্য সভাৰ প্ৰথম সভাপতি জনৰ নাম, ঠাই, কিমান চনত জন্ম হৈছিল?
উত্তৰ : পদ্মনাথ গোহাঞিবৰুৱা, শিৱসাগৰ, ডিচেম্বৰ ১৯১৭ চন।
৬) প্ৰশ্ন : অসমৰ প্ৰথম স্নাতক ডিগ্ৰী কোনে লাভ কৰিছিল?
উত্তৰ : আনন্দৰাম বৰুৱা।
৭) অসমৰ প্ৰথম মহিলা আই. এ. এছ (I.A.S.) কোন?
উত্তৰ : পাৰুল দাস (১৯৭৪ চন)
৮) অসমৰ প্ৰথম মহিলা এ. ছি. এছ. (A.C.S.) কোন?
উত্তৰ : শুচিব্ৰতা ৰায়চৌধুৰী।
৯) প্ৰশ্ন : কাণখোৱা পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰ : শ্ৰীধৰ কন্দলি।
১০) প্ৰশ্ন : শ্ৰীকৃষ্ণৰ শিক্ষাগুৰু কোন আছিল?
উত্তৰ : সান্দিপনী।
১) প্ৰশ্ন : অসমত মৰাপাটৰ কাৰখানা ক’ত আছে?
উত্তৰ : শিলঘাটত।
২) প্ৰশ্ন : অসমৰ চিমেণ্ট কাৰখানা ক’ত অৱস্থিত?
উত্তৰ : বোকাজানত।
৩) প্ৰশ্ন : অসমৰ কোন ঠাইত তাৰকা গৃহ আছে?
উত্তৰ : গুৱাহাটীত।
৪) প্ৰশ্ন : অসমৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় কোন চনত স্থাপন হৈছিল?
উত্তৰ : ১৯৪৭ চনত।
৫) প্ৰশ্ন : কটন কলেজ কোন চনত স্থাপন হৈছিল?
উত্তৰ : ১৯০১ চনত।
৬) প্ৰশ্ন : দেশৰ ভিতৰত ১৮৮৯ চনত তেল শোধনাগাৰ কেন্দ্ৰ অসমত সৰ্বপ্ৰথমে স্থাপন কৰা হয়। এই তেল শোধনাগাৰ কেন্দ্ৰটো ক’ত অৱস্থিত?
উত্তৰ : ডিগবৈত।
৭) প্ৰশ্ন : অসমৰ এটা পুৰণি ডাঙৰ মন্দিৰ আৰু তাত পুৰণি দিনৰে শিৱলিংগ স্থাপন কৰা আছে। মন্দিৰটোৰ নাম কি?
উত্তৰ : মহাভৈৰৱ মন্দিৰ।
৮) প্ৰশ্ন : কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানখেতি কৰিছিল?
উত্তৰ : বড়ো।
৯) প্ৰশ্ন : অসমৰ একমাত্ৰ কেন্সাৰ চিকিৎসালয় খন কোন ঠাইত অৱস্থিত?
উত্তৰ : গোপীনাথ নগৰ, গুৱাহাটী।
১০) প্ৰশ্ন : অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে?
উত্তৰ : ডেৰগাঁও।
১১) প্ৰশ্ন : এগৰাকী অসমীয়া মহিলা যাৰ বৃত্তি আছিল ভাৰতীয় হাতীক প্ৰশিক্ষণ দিয়া আৰু যাৰ বাবে তেওঁৰ নাম ‘Limca Book’ ত লিপিবদ্ধ কৰা হৈছে, তেওঁৰ নাম কি?
উত্তৰ : পাৰ্বতী বৰুৱা।
১। প্ৰশ্ন : অসমৰ পৰা প্ৰকাশিত প্ৰথম ইংৰাজী দৈনিক কাকত খনৰ নাম কি?
উত্তৰ : The Assam Tribune. (১৯৪৬ চনত ৰাধাগোবিন্দ বৰুৱাৰ দ্বাৰা গুৱাহাটীৰ পৰা প্ৰকাশিত, প্ৰথম সম্পাদক – লক্ষ্মীনাথ ফুকন)।
২) প্ৰশ্ন : নগাঁও জিলাৰ বৰদোৱা সত্ৰত থকা কীৰ্ত্তন ঘৰৰ কাষত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভৰিৰ পতাৰ চিহ্ন থকা এচটা শিল আছে। শিলচটাক কি নামেৰে নামাকৰণ কৰা হৈছে?
উত্তৰ : “পাদশিলা”।
৩) প্ৰশ্ন : প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল?
উত্তৰ : বিষ্ণুৰাম মেধি (মাদ্ৰাজ ১৯৫৭)।
৪) প্ৰশ্ন : স্বাধীন অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ : ভাৰতৰত্ন গোপীনাথ বৰদলৈ।
৫) প্ৰশ্ন : ৰাষ্ট্ৰৰ সৰ্বোচ্চ আসনত অদিষ্ঠিত হোৱা সুযোগ্য অসম সন্তান জন কোন বাৰু?
উত্তৰ : ফকৰুদ্দিন আলি আহমেদ। (১৯৭৪-৭৭)
৬) প্ৰশ্ন : অসমৰ প্ৰথম মহিলা চিকিৎসকৰ সন্মান লাভ কোনে কৰিছিল?
উত্তৰ : ডাঃ ৰজনীপ্ৰভা শইকীয়া।
৭) প্ৰশ্ন : লণ্ডন বিশ্ববিদ্যালয়ৰ “ডি-লিট” সন্মান লাভ কৰা ব্যক্তিজন কোন?
উত্তৰ : সূৰ্য কুমাৰ ভূঞা।
৮) প্ৰশ্ন : কোন চনত, ক’ৰ পৰা প্ৰথম প্ৰকাশ হৈছিল “জোনাকী” নামৰ আলোচনীখন। প্ৰথম সম্পাদকজন কোন আছিল?
উত্তৰ : ১৮৮৯ চনত কলিতাৰ পৰা। প্ৰথম সম্পাদক – চন্দ্ৰ কুমাৰ আগৰৱালা।
৯) প্ৰশ্ন : জ্যোতিপ্ৰসাদ আগৰৱালাহতঁৰ এসময়ৰ “পকী” নামৰ ঘৰটো কি নামেৰে জনাজাত?
উত্তৰ : জ্যোতি ভাৰতী।
১০) প্ৰশ্ন : বিষ্ণু ৰাভাৰ প্ৰথমা পত্নীৰ নাম কি আছিল?
উত্তৰ : প্ৰিয়লতা দত্ত
১) প্ৰশ্ন : কোন কবিৰ কবিতা – ‘মৃত্যুওটো এটা শিল্প / জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য ………..’
উত্তৰ : হীৰেণ ভট্টাচাৰ্য।
২) প্ৰশ্ন : ইংৰাজৰ ৰাজত্ব কালত ১৯০১ চনতে স্থাপন হোৱা কটন কলেজৰ প্ৰথম অধ্যক্ষ গৰাকী কোন?
উত্তৰ : ফ্ৰেডৰিক উইলিয়াম চুদমাৰ্চন।
৩) প্ৰশ্ন : কোন অসমীয়া মুক্তিযোদ্ধা নাৰীৰ জীৱনৰ ওপৰত আধাৰিত উপন্যাস “অভিযাত্ৰী”?
উত্তৰ : চন্দ্ৰপ্ৰভা শইকীয়ানী।
৪) প্ৰশ্ন : ‘বীণবৰাগী’ কবিতা পুথিৰ ৰচক কোন?
উত্তৰ :চন্দ্ৰকুমাৰ আগৰৱালা।
৫) প্ৰশ্ন : প্ৰসিদ্ধ চিন্তাবিদ ড° হীৰেণ গোঁহায়ে কোনখন গ্ৰন্থৰ বাবে সন্মানীয় সাহিত্য একাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ : “অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা” শীৰ্ষক গ্ৰন্থৰ বাবে।
৬) প্ৰশ্ন : অ. ভা. উ. সা. সভা বুলিলে কি বুজা?
উত্তৰ : অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা।
৭) প্ৰশ্ন : ২০০৭ চনত চাপৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিবেশনৰ সভাপতি কোন?
উত্তৰ : কনক সেন ডেকা। (দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত)
৮) প্ৰশ্ন : ২০০৬ চনৰ অসম উপত্যকা বঁটা লাভ কৰা ব্যক্তিজন কোন?
উত্তৰ : নলিনীধৰ ভট্টাচাৰ্য।
৯) প্ৰশ্ন : ২০০৬ চনৰ চুকাফা বঁটা লাভ কৰা ব্যক্তিজন কোন?
উত্তৰ : ৰতন থিয়াম।
১০) প্ৰশ্ন : ‘চিৰচেনেহী মোৰ ভাষা জননী’ এই গীতটো কোনে ৰচনা কৰিছিল?
উত্তৰ : সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই।
ড° ভবেন্দ্ৰ নাথ শইকীয়াই সাহিত্য একাডেমি বঁটা লাভ কৰা পুথিখনৰ নাম কি?
Anonymous Quiz
8%
ক) মিনতী
40%
খ) অঘৰী ৰতনি
10%
গ) ঋতুৰ আগমন
42%
ঘ) শৃংখল
ড° মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য একাডেমি বঁটা লাভ কৰা কিতাপ খনৰ নাম কি?
Anonymous Quiz
5%
ক) মানুহ হিচাপে ব্যৱহাৰ
3%
খ) ইতিহাসৰ পৰিচয়
84%
গ) মামৰে ধৰা তৰোৱাল
8%
ঘ) ঈয়াৰুইঙ্গম
প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম কি?
Anonymous Quiz
5%
ক) দাপোন
44%
খ) কদম কলি
11%
গ) কথা ছবি
40%
ঘ) প্ৰহ্লাদ চৰিত
কিমান চনত ব্ৰিটিছ সকলে নামনি অসম অধিকাৰ কৰিছিল?
Anonymous Quiz
20%
ক) ১৮১৬ চনত
13%
খ) ১৮২০ চনত
22%
গ) ১৮২২ চনত
45%
ঘ) ১৮২৪ চনত
পাল বংশ কোনে প্ৰতিষ্ঠা কোনে কৰিছিল?
Anonymous Quiz
9%
ক) বিশ্ব সিংহ
76%
খ) ব্ৰহ্ম পাল
10%
গ) হৰ্ষৱৰ্ধন 
4%
ঘ) নৰনাৰায়ণ
কার্গিল যুদ্ধৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল?
Anonymous Quiz
22%
ইন্দিৰা গান্ধী
13%
ড* মনমোহন সিঙ
56%
অটল বিহাৰী বাজপেয়ী
9%
ৰাজীৱ গান্ধী
অসম বিধান সভাৰ মুঠ আসনৰ সংখ্যা কিমান?
Anonymous Quiz
5%
১১৪
4%
১২০
90%
১২৬
0%
১৩০
জন্মু কাশ্মীৰৰ পৰা কিমান তাৰিখে 370 অনুচ্ছেদ আৰু 35(ক) বাতিল কৰিছিল?
Anonymous Quiz
15%
05/08/2017
50%
05/08/2019
25%
05/08/2020
10%
05/08/2018
জ্যামিতিৰ পিতৃ বুলি কাক জনা যায়?
Anonymous Quiz
52%
ক) পাইথ’গৰাছ
15%
খ) আদাম স্মিথ
27%
গ) ইউক্লিড
7%
ঘ) এৰিষ্টটল