38K subscribers
2.58K photos
3 videos
20 files
3.15K links
The official channel of JobAssam.

Please be advised that this channel is scheduled for discontinuation on 31 December 2025.
Download Telegram
Get APSC Grade-IV Written Exam Guide Only at ₹79/-

👉 https://tinyurl.com/apsc-ebook
❤3
Important Update: ADRE 2.0 appointment letters for Grade-IV posts will be distributed on January 9, 2026. For Grade-III posts, distribution will be on January 10, 2026.

জৰুৰী খবৰ: ADRE 2.0 ৰ অধীনত গ্ৰেড-৪ পদৰ নিযুক্তি পত্ৰ ৯ জানুৱাৰী ২০২৬ তাৰিখে আৰু গ্ৰেড-৩ পদৰ নিযুক্তি পত্ৰ ১০ জানুৱাৰী ২০২৬ তাৰিখে বিতৰণ কৰা হ'ব।
❤16🙏1
বৰদিনৰ এই পবিত্ৰ ক্ষণত সমূহ খ্ৰীষ্টান ধৰ্মাৱলম্বী ৰাইজক আন্তৰিক শুভেচ্ছা জনাইছোঁ।

🎄 Merry Christmas 🎄
❤22🙏2
State Eligibility Test 2026, Apply Online for SLET State Eligibility Test

https://jobassam.in/state-eligibility-test/
❤9
Order Now: https://tinyurl.com/ycyhkapx

Recommended Guide Books for the Assam Police Recruitment Exam of Constable and Sub-Inspector (SI)
❤9👍1
Assam Police Recruitment 2026 – Constable, SI, Driver & Grade IV Posts

https://jobassam.in/assam-police-recruitment/
❤4🙏2
Nagaon Recruitment 2025 - Apply for 68 Gaon Pradhan Vacancies

https://jobassam.in/nagaon-recruitment/
❤9
UPSC NDA Exam 2026 – Application Dates, Exam Date & Details

https://jobassam.in/upsc-nda-exam/
❤8🙏1
APSC Grade IV Admit Card Download | Step-by-Step Process | Exam Date 4 January 2026

https://youtu.be/PM57OCA7VHs
Please open Telegram to view this post
VIEW IN TELEGRAM
❤2
Cotton University Recruitment 2026 - Apply for Junior Assistant Posts

https://jobassam.in/cotton-university-recruitment/
❤7
⏰ মাত্ৰ ৭ দিন বাকী! ⏰

অসম লোকসেৱা আয়োগৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা ওচৰ চাপি আহিছে! আপুনি এতিয়াও প্ৰস্তুতি আৰম্ভ কৰা নাই?

🔥 বিশেষ ইবুক মাত্ৰ ₹79/-ত! 🔥

✅ সম্পূৰ্ণ পাঠ্যক্ৰম
✅ সহজ ভাষা
✅ পৰীক্ষাৰ বাবে একদম উপযোগী

হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে ইতিমধ্যে ক্ৰয় কৰিছে!

এতিয়াই ক্ৰয় কৰক, পিছ পৰি নাথাকিব!

👉 https://tinyurl.com/apsc-ebook
❤5
BSF Recruitment 2026 - Apply Online for 549 Constable (GD) Posts [Link Activated]

https://jobassam.in/bsf-recruitment/
❤5
📢 Important Notice

Dear Members,

Our Telegram channel will be shut down on 31st December 2025.

Please follow our WhatsApp channel to continue receiving job updates:

🔗 https://tinyurl.com/JobAssam

Thank you for your support!

-----------------------------------------------

📢 গুৰুত্বপূৰ্ণ জাননী

প্ৰিয় সদস্যসকল,

আমাৰ টেলিগ্ৰাম চেনেল ৩১ ডিচেম্বৰ ২০২৫ তাৰিখে বন্ধ হ'ব।

চাকৰিৰ আপডেট পাই থাকিবলৈ অনুগ্ৰহ কৰি আমাৰ হোৱাটছএপ চেনেল ফ'ল' কৰক:

🔗 https://tinyurl.com/JobAssam

আপোনালোকৰ সহযোগীতাৰ বাবে ধন্যবাদ!
😢29❤16👍3🙏1
❄️ অসমত তীব্ৰ শীতৰ বাবে বিদ্যালয় বন্ধ ঘোষণা হ'ব পাৰে!

মুখ্যমন্ত্রী ৰাণোজ পেগুৱে জিলা উপায়ুক্তসকলক নিৰ্দেশ দিছে যাতে তীব্ৰ ঠাণ্ডাৰ পৰিস্থিতি চাই বিদ্যালয়সমূহৰ সময় সলনি বা প্ৰয়োজন হ'লে বন্ধ ঘোষণা কৰিব পাৰে।

গৰমৰ সময়ত যেনেকৈ স্কুল বন্ধ কৰা হৈছিল, সেইদৰে এতিয়া শীতৰ সময়তো ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে।
👍32❤13😢3🙏2
🔥 ৰে'লৱেত নতুন নিযুক্তিৰ খবৰ! 🚂

Railway Recruitment Board (RRB)-এ Isolated Categories-ৰ অধীনত খালী হোৱা ৩১২ টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে।

https://jobassam.in/rrb-isolated-categories-recruitment/
❤3👍2
আজি অন্তিম তাৰিখ! ⚠️

SSC Constable (GD) 2026 ৰ বাবে এতিয়াই আবেদন কৰক। মুঠ 25,487 খালী পদ।

🔗 সবিশেষ জানিবলৈ লিংকত ক্লিক কৰক।

https://jobassam.in/ssc-constable-recruitment/
❤13👍1
অসম আৰক্ষীৰ কনিষ্টবল আৰু উপ-পৰিদৰ্শক পদৰ নিযুক্তি পৰীক্ষাৰ বাবে বিশেষকৈ প্ৰস্তুত ইবুক। এতিয়াই Order কৰক আৰু নিজৰ প্ৰস্তুতি আৰম্ভ কৰক।

https://assamtest.com/shop/assam-police-ebook.php
❤14
ADRE 2.0 Document Verification Notice of Personnel Department, Government of Assam.
❤18
প্ৰিয় সদস্যসকল,

আজি আমাৰ এই টেলিগ্ৰাম যাত্ৰাৰ শেষ দিন। আপোনালোকৰ প্ৰেম আৰু সমৰ্থনে এই যাত্ৰা অবিস্মৰণীয় কৰি তুলিছে।

আজিৰে পৰা আমি হোৱাটছএপ চেনেলত একেলগে আগবাঢ়িম:

👉 https://tinyurl.com/JobAssam

সকলোলৈ নৱবৰ্ষ ২০২৬ ৰ আন্তৰিক শুভেচ্ছা। নতুন বৰ্ষটোৱে আপোনালোকৰ জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক।

ধন্যবাদ আৰু শুভ নৱবৰ্ষ! 🎉
❤118😢41🙏9👍7