37.7K subscribers
2.58K photos
3 videos
20 files
3.15K links
The official channel of JobAssam.

Please be advised that this channel is scheduled for discontinuation on 31 December 2025.
Download Telegram
ডি.ফাৰ্ম আৰু বি.ফাৰ্মৰ নামভৰ্তিৰ বাবে অনলাইন আবেদন চলি আছে। ইচ্ছুক প্ৰাৰ্থীসকলে ২৯ মে’ৰ ভিতৰত প্ৰৱেশ পৰীক্ষাৰ বাবে অনলাইন আবেদন দাখিল কৰিব পাৰিব।

https://jobassam.in/ssuhs-dpharm-bpharm-admission/
👍10😢4❤2
ভাৰতীয় নৌসেনাৰ অগ্নিবীৰ MR নিযুক্তিৰ অনলাইন আবেদনৰ অন্তিম তাৰিখ বৃদ্ধি কৰা হৈছে। দশম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ ৫ জুন।

https://jobassam.in/indian-navy-mr-recruitment/
❤8👍8😢3
AHSEC Photocopy of Answer Scripts, Online Application Process

Last Date: 10/06/2024

https://jobassam.in/ahsec-recheck-answer-scripts/
👍7❤1
অসমৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। আবেদনৰ অন্তিম দিন ২ জুন।

https://jobassam.in/samarth-admission-portal/
👍8😢6❤1
The Indian Army Agniveer Common Entrance Examination (CEE) results were declared on 28th May 2024. Participating candidates can download the result sheet from the following link.

👉 https://bit.ly/3Ktpe6o
😢8❤5👍4
What is your educational qualification?
Anonymous Poll
4%
Matriculation
31%
Higher Secondary
48%
Graduation
17%
Post-Graduation
😢43👍18🙏17❤15
আজি বিয়লি ৪ বজাৰ পৰা বিভিন্ন চৰকাৰী পলিটেকনিক প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। দশম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীয়ে অনলাইন আবেদন দাখিল কৰিব পাৰিব। অনলাইন আবেদনৰ অন্তিম তাৰিখ ১৫ জুন।

https://jobassam.in/polytechnic-admission-test/
👍11😢2
The Assam Higher Secondary First Year Admission Portal (DARPAN) has re-opened. Left-out students may submit their applications for admission by 9th June 2024.

https://jobassam.in/assam-higher-secondary-admission/
👍2😢2❤1
IOCL Nursing Admission 2024 – BSc Nursing and GNM Courses

Last Date: 10/07/2024

https://jobassam.in/iocl-nursing-admission/
👍11😢5🙏2❤1
গুৱাহাটী বিশ্ববিদ্যালয়ে জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ অধিসূচনা। অধিসূচনা অনুসৰি FYUGP ২য় ষান্মাসিকৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে অহা ৩ জুন ২০২৪ৰ ভিতৰত আগন্তুক পৰীক্ষাৰ বাবে নতুনকৈ আবেদন দাখিল কৰিব লাগিব।

An important notification has been issued by Gauhati University. According to the notification, all students of FYUGP 2nd Semester must submit a fresh application for their upcoming examination by 3rd June 2024. Failure to do so will result in their admit cards not being issued.

👉 https://jobassam.in/gu-form-fill-up/
👍20😢7
বিভিন্ন চৰকাৰী পলিটেকনিক প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। দশম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীয়ে অনলাইন আবেদন দাখিল কৰিব পাৰিব। অনলাইন আবেদনৰ অন্তিম তাৰিখ ১৫ জুন।

https://jobassam.in/polytechnic-admission-test/
👍5😢2
UPSC NDA and NA Exam 2024 - Apply Online for 404 Posts

Last Date: 04/06/2024

https://jobassam.in/upsc-nda-na-examination/
😢6👍4
জিএনএম প্ৰৱেশ পৰীক্ষা (GNM Entrance Exam) ৰ বাবে অসমীয়া মাধ্যমৰ কিতাপ।

👉 https://bit.ly/3yhllPg
👍7😢3
In which language would you like to receive Telegram messages?
Anonymous Poll
29%
Assamese
49%
English
22%
Both
👍29😢8🙏5❤1
অসমৰ বিভিন্ন আই টি আইত নামভৰ্তিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। যোগ্য প্ৰাৰ্থীয়ে ১৪ জুনৰ ভিতৰত অনলাইন আবেদন দাখিল কৰিব পাৰিব।

The online application process for admission to the various ITIs in Assam is currently ongoing. Eligible candidates are invited to submit their applications by 14th June 2024.

https://jobassam.in/iti-admission/
👍22😢7❤1
SSUHS Admit Card 2024 – BSc Nursing Entrance Exam Admit Card

https://jobassam.in/ssuhs-admit-card/
👍7😢3🙏3❤1
আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল গণনা প্ৰক্ৰিয়া। নিৰ্বাচনৰ ফলাফল তলৰ লিংকত আপডেট কৰা হ'ব।

The counting process for the Lok Sabha election results will start today at 8 AM. The election results will be updated on the following link.

👉 https://bit.ly/4aN3sFH
👍35❤23😢22
NEET Result 2024 – National Eligibility Entrance Test (UG) Result

https://jobassam.in/neet-result/
👍18😢8❤7
অহা ২৩ জুনত অনুষ্ঠিত হ'ব এপেক্স বেংকৰ সহকাৰী পদৰ লিখিত পৰীক্ষা। লিখিত পৰীক্ষাৰ এডমিট কাৰ্ড অহা ১২ জুনৰ পৰা ডাউনলোড কৰিব পাৰিব।

The Written Examination for Apex Bank Assistant Recruitment will be held on 23rd June 2024. The Admit Cards for the Written Examination will be available for downloading from 12th June 2024 onwards.

👉 https://jobassam.in/apex-bank-recruitment/
👍27😢6
NEET UG 2024 Important Notice
👍17😢4❤1