37.7K subscribers
2.58K photos
3 videos
20 files
3.15K links
The official channel of JobAssam.

Please be advised that this channel is scheduled for discontinuation on 31 December 2025.
Download Telegram
IBPS Clerk Admit Card 2024 – IBPS Clerk XIV 6128 Posts Admit Card

https://jobassam.in/ibps-clerk-admit-card/
👍9😢5🙏4❤2
The deadline for Employment Exchange Re-Registration has been extended. Candidates who registered before 2nd January 2024 can now re-register themselves by 31st December 2024.

https://jobassam.in/employment-exchange-registration/
👍39😢6
IBPS Recruitment 2024 – Specialist Officers 896 Posts Application Form

Last Date: 21/08/2024

https://jobassam.in/ibps-recruitment/
👍10😢6❤5🙏4
সকলোলৈকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
❤126👍14🙏8😢7
অসম চৰকাৰৰ আগন্তুক তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তি পৰীক্ষাৰ বাবে উপযোগী প্ৰশ্ন উত্তৰ। ইংৰাজী, ইতিহাস, সাধাৰণ জ্ঞান আৰু অন্যান্য।

WhatsApp চেনেল: https://whatsapp.com/channel/0029VaFdhupAjPXET17lsc2A
👍8🙏8😢6❤4
IBPS PO Recruitment 2024 ৰ অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। স্নাতক ডিগ্ৰীধাৰী প্ৰাৰ্থী যোগ্য। আবেদনৰ অন্তিম তাৰিখ ২৮ আগষ্টলৈ বৃদ্ধি কৰা হৈছে।

https://jobassam.in/ibps-po-recruitment/
👍15😢7❤4🙏2
অসম প্ৰত্যক্ষ নিযুক্তি (Assam Direct Recruitment)ৰ লিখিত পৰীক্ষা অহা ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত অনুষ্ঠিত হব। এই নিযুক্তিৰ পৰীক্ষাৰ্থীৰ বাবে উপযোগী কিতাপ সমূহৰ তালিকা তলত দিয়া হৈছে।

1) https://bit.ly/47mTNE0 (Assamese)
2) https://bit.ly/3tKLrbz (Assamese)
3) https://bit.ly/3YtTo1K (Assamese)

4) https://bit.ly/48qLbgT (English)
5) https://bit.ly/4eXnfp5 (English)
6) https://bit.ly/48ttrlg (English)

7) https://bit.ly/3Txy0pw (Test Series)

8) https://amzn.to/3SPfHLS (AYB - Assamese)
9) https://bit.ly/48Dzbsz (AYB - English)
👍20😢2🙏1
আৰম্ভ হৈছে অসম স্বাস্থ্য বিভাগৰ নিযুক্তিৰ বাবে অনলাইন আবেদন। ২০০৮টাতকৈ অধিক পদৰ বাবে আৱেদন দাখিলৰ অন্তিম তাৰিখ ৩১ আগষ্ট।

https://jobassam.in/dme-assam-recruitment/
👍36😢10❤3
India Post Result 2024 – Gramin Dak Sevaks 44228 Merit List

https://jobassam.in/india-post-result/
😢46🙏10👍9❤8
আৰম্ভ হৈছে অসম স্বাস্থ্য বিভাগৰ নিযুক্তিৰ বাবে অনলাইন আবেদন। ২০০৮টাতকৈ অধিক পদৰ বাবে আৱেদন দাখিলৰ অন্তিম তাৰিখ ৩১ আগষ্ট।

https://jobassam.in/dme-assam-recruitment/
👍19😢12❤1
এতিয়া পৰীক্ষালৈ মাত্ৰ কেইসপ্তাহ মানৰ অপেক্ষা। আপোনাৰ প্ৰস্তুতিৰ অৱস্থান জানিবলৈ আমাৰ Mock Test সমূহত অংশগ্ৰহণ কৰক। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে বিশেষভাৱে প্ৰস্তুত Test Series।

Mock Test: https://assamtest.com/
👍18😢18❤3
Are you ready for the exam? Test yourself before the real challenge—take a mock test and prove your preparation!

https://youtu.be/20q99uYogdU
👍16😢6❤3
ANM পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে অহা ৭ ছেপ্টেম্বৰৰ ভিতৰত আবেদন দাখিল কৰিব পাৰিব।

https://jobassam.in/assam-anm-admission/
👍14😢5❤1
🎉 Thank You! We've Reached 5000+ Members! 🎉

Your support means the world to us! Thanks to your feedback, we've added a password change option to make your experience even better. Keep excelling with AssamTest.com - your success is our mission!

🚀 Stay tuned for more updates and keep up the great work!
👍32❤11🙏4😢2
Ishan Uday Scholarship ৰ অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। এই Scholarship ৰ অধীনত ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব ৮০০০/- টকা। এই Scholarship ৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে ৩১ অক্টোবৰৰ ভিতৰত আবেদন দাখিল কৰিব পাৰিব।

https://jobassam.in/ishan-uday-scholarship-scheme/
👍19😢13❤1
According to our sources, the official notification for the ADRE 2.0 admit cards likely to be issued soon. Keep visiting JobAssam.in and stay tuned for the latest updates.

Our App: https://bit.ly/3dWguTC
👍20❤7😢6
OBC Scholarship ৰ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ছাত্ৰ-ছাত্ৰীসকলে অহা ৩০ নৱেম্বৰৰ ভিতৰত আবেদন দাখিল কৰিব পাৰিব।

https://jobassam.in/obc-scholarship-assam/
👍18❤11😢6
অসমৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে উপযোগী ২০০০+ প্ৰশ্ন উত্তৰৰ PDF। অসমীয়া আৰু ইংৰাজী ভাষাত উপলব্ধ।

Buy Now: https://rzp.io/l/best-mcq
👍12😢11❤5
আপুনি পৰীক্ষাৰ বাবে প্ৰস্তুত নে? প্ৰকৃত পৰীক্ষাৰ আগত নিজক পৰীক্ষা কৰক। অসম প্ৰত্যক্ষ নিযুক্তিৰ বাবে বহু উপযোগী Premium Tests মাত্ৰ ₹৪৯/- টকাত উপলব্ধ।

👉 https://assamtest.com
👍13❤11😢2
IBPS PO Recruitment 2024 ৰ অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। স্নাতক ডিগ্ৰীধাৰী প্ৰাৰ্থী যোগ্য। আবেদনৰ অন্তিম তাৰিখ ২৮ আগষ্টলৈ বৃদ্ধি কৰা হৈছে।

https://jobassam.in/ibps-po-recruitment/
👍15❤2😢2