37.9K subscribers
2.58K photos
3 videos
20 files
3.15K links
The official channel of JobAssam.

Please be advised that this channel is scheduled for discontinuation on 31 December 2025.
Download Telegram
ADRE ৰ সকলো পদৰ বাবে পৰৱৰ্তী পৰ্য্যায়ৰ জাননী প্ৰকাশ। ড্ৰাইভিং পৰীক্ষা, ষ্টেনোগ্ৰাফী পৰীক্ষা, Grade-IV সাক্ষাৎকাৰ, আৰু কম্পিউটাৰ দক্ষতা পৰীক্ষাৰ বাবে এডমিট কাৰ্ড ক্ৰমে ৮ জুন, ৯ জুন, আৰু ২৫ জুন ২০২৫ তাৰিখে জাৰী কৰা হ'ব।

https://jobassam.in/assam-direct-recruitment-admit-card/
❤21😢4
SIRISH Scholarship 2025 – Apply Online for Pre-Matric Scholarships (Link Activated)

https://jobassam.in/sirish-scholarship/
❤15👍1😢1
GNM পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে অনলাইন আবেদন। ইচ্ছুক প্ৰাৰ্থীয়ে ১৩ জুনৰ ভিতৰত আবেদন দাখিল কৰিব পাৰিব। অধিক তথ্যৰ বাবে তলৰ লিংকটো চাওক।

https://jobassam.in/assam-gnm-admission/
❤10😢5
অসমৰ বিভিন্ন জৱাহৰ নৱোদয় বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ নামভৰ্তি পৰীক্ষাৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ।

https://jobassam.in/assam-navodaya-admission/
❤10😢1
Notice in connection with the recruitment for 164 posts of Constable (AB) for Assam Commando Battalions
🙏13❤10👍1😢1
যোৰহাট জিলাৰ বিভিন্ন ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁও প্ৰধানৰ ২০টা খালী পদৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। নিযুক্তি সম্পৰ্কে অধিক জানিবলৈ তলৰ লিংকটোত ক্লিক কৰক।

https://jobassam.in/jorhat-recruitment/
❤4😢3
মাজুলী জিলাৰ বিভিন্ন ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁও প্ৰধানৰ ১০টা খালী পদৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। নিযুক্তি সম্পৰ্কে অধিক জানিবলৈ তলৰ লিংকটোত ক্লিক কৰক।

https://jobassam.in/majuli-recruitment/
❤7😢5👍1🙏1
BTR Admit Card 2025 – Grade IV Oral Interview/ Viva-Voce Call Letter

https://jobassam.in/btr-admit-card/
❤12😢2
D.El.Ed. পাঠ্যক্ৰমৰ অনলাইন আবেদনৰ অন্তিম দিন ১৫ জুন তাৰিখলৈ বৃদ্ধি। প্ৰাৰ্থীসকলে তলত দিয়া লিংকটো ব্যৱহাৰ কৰি আবেদন জমা দিব পাৰিব।

https://jobassam.in/assam-d-el-ed-admission/
❤14😢2
মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ ঘোষণা কৰিছে যে ADRE, অসম আৰক্ষী, GT/PGT আৰু DME পদবোৰৰ নিযুক্তি পত্ৰ ১০ অক্টোবৰ তাৰিখে বিতৰণ কৰা হ'ব। ইয়াৰ উপৰিও, মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে ADRE 3.0-ৰ বিজ্ঞাপন চালিত বৰ্ষৰ নৱেম্বৰ মাহত প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে।

The Chief Minister recently announced that appointments for ADRE, Assam Police, GT/PGT, and DME are scheduled for October 10, 2025. Additionally, the CM noted that the advertisement for ADRE 3.0 is likely to be released in November 2025.
🙏28❤23👍10😢5
BTR Admit Card 2025 for Grade III (Graduate Level) Written Examination

https://jobassam.in/btr-admit-card/
😢6❤4
BTC Recruitment Exam Ebook for Grade-III (Graduate Level) Vacancies only at ₹59/-.

Get Now: https://assamtest.com/shop/btc-recruitment-ebook.php
❤4😢4👍1🙏1
Our sincerest best wishes to all candidates of the APSC Prelims Examination.
❤41🙏11👍5😢2
ADRE ৰ ড্ৰাইভিং পৰীক্ষা আৰু ষ্টেনোগ্ৰাফী পৰীক্ষাৰ বাবে এডমিট কাৰ্ড আজি জাৰী কৰা হৈছে। লিখিত পৰীক্ষাত যোগ্যতা অৰ্জন কৰা পৰীক্ষাৰ্থীয়ে তলত দিয়া লিংকৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।

https://jobassam.in/assam-direct-recruitment-admit-card/
❤10😢4
ADRE ৰ চতুৰ্থ বৰ্গৰ মৌখিক সাক্ষাৎকাৰৰ বাবে এডমিট কাৰ্ড জাৰী কৰা হৈছে। লিখিত পৰীক্ষাত যোগ্যতা অৰ্জন কৰা পৰীক্ষাৰ্থীয়ে তলত দিয়া লিংকৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।

https://jobassam.in/assam-direct-recruitment-admit-card/
❤12😢5🙏3
SSC CGL পৰীক্ষাৰ অন্তৰ্গত ১৪,৫৮২ টা খালী পদৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। যোগ্য প্ৰাৰ্থীয়ে SSCৰ ৱেবছাইটৰ জৰিয়তে অনলাইন আবেদন দাখিল কৰিব পাৰিব।

https://jobassam.in/ssc-cgl-recruitment/
❤10👍2😢1
UPSC NDA Exam 2025 – Application Dates, Exam Date & Details

https://jobassam.in/upsc-nda-exam/
👍5❤4😢1🙏1
B.Ed. Entrance Exam eBook Guide for Dibrugarh and Gauhati University Only at ₹79/-

https://assamtest.com/shop/b-ed-entrance-exam-ebook.php
❤7😢2🙏1
BTR Result 2025 – Forester I & Forest Guard Written Exam Results Out

https://jobassam.in/btr-result/
❤7😢5
ASDMA ৰ অধীনত উল্লেখিত খালী পদৰ বাবে মৌখিক সাক্ষাৎকাৰ ১৬ জুনত অনুষ্ঠিত হব। অধিক তথ্যৰ বাবে তলৰ জাননীখন পঢ়ক।

https://tinyurl.com/asdma-recruitment
❤6👍2😢2🙏2