38K subscribers
2.58K photos
3 videos
20 files
3.15K links
The official channel of JobAssam.

Please be advised that this channel is scheduled for discontinuation on 31 December 2025.
Download Telegram
OBC Scholarship ৰ অনলাইন আবেদন প্ৰক্ৰিয়া। ছাত্ৰ-ছাত্ৰীসকলে অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত আবেদন দাখিল কৰিব পাৰিব।

https://jobassam.in/obc-scholarship-assam/
😢4❤1👍1🙏1
AEGCL Result 2025 – Assistant Accounts Officer (AAO) Exam Results

https://jobassam.in/apdcl-result/
❤7🙏1
SBI PO Result 2025 - Probationary Officer Prelims Exam Result Declared

https://jobassam.in/sbi-po-result/
❤6😢5
অহা বছৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীয়ে 'প্ৰেৰণা আঁচনি' ৰ অধীনত পাব মাহিলী ৩০০ টকা। পৰীক্ষাৰ Form Fill Up কৰোঁতে দিব লাগিব বেংক একাউণ্টৰ তথ্য।
❤13😢5🙏2👍1
শিক্ষক দিৱসৰ ভাষণ | Teacher's Day Speech in Assamese | AssamTest Special 📚

https://youtu.be/tC91GQj2fbg
❤14🙏1
DHS Assam Recruitment 2025 – Apply Online for 191 Grade-III Posts

https://jobassam.in/dhs-recruitment/
❤7👍6😢3🙏1
চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি সম্পৰ্কে এক গুৰুত্বপূৰ্ণ জাননী।

যিসকল প্ৰাৰ্থীৰ নথি-পত্ৰত বিসংগতি পোৱা গৈছে, তেওঁলোকৰ ৰোল নম্বৰৰ তালিকা ০৩.০৯.২০২৫ তাৰিখে পুৱা ১১ বজাৰ পৰা SEBA-ৰ ৱেবছাইটত (http://slrcg4.sebaonline.org) উপলব্ধ হ'ব।

সবিশেষ তথ্যৰ বাবে লগত দিয়া জাননীখন পঢ়ক।
❤14👍2
চাহ জনগোষ্ঠীয় ভাতৃ-ভগ্নীসকলক পৱিত্ৰ কৰম পৰৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
❤15😢1
Oil India Limited Recruitment 2025 – Jr. Office Assistant 10 Posts

https://jobassam.in/oil-india-limited-recruitment/
❤6👍1
SSC CGL Exam City and Date Details for 14,582 Vacancies

https://jobassam.in/ssc-cgl-admit-card/
❤3🙏2
এইবাৰ GST হাৰত আহিছে বহুতো গুৰুত্বপূৰ্ণ সালসলনি। আহকচোন চাওঁ কি কি নতুন হাৰ প্ৰযোজ্য হৈছে।
❤19🙏1
আপুনি এতিয়ালৈকে আপোনাৰ বায়ো ডাটা প্ৰস্তুত কৰা নাই নেকি? এতিয়াই বিনামূলীয়াকৈ প্ৰস্তুত কৰক।

👉 https://tinyurl.com/5n6sc4sd
❤4😢1
SBI PO Admit Card 2025 – Download Main Exam Hall Ticket

https://jobassam.in/sbi-po-admit-card/
❤2🙏1
শিক্ষক দিৱসৰ ভাষণ | Teacher's Day Speech in Assamese 📚

👉 https://youtu.be/tC91GQj2fbg
❤8🙏5
CM’s Jibon Anuprerana Scheme 2025 – Apply for Financial Assistance [Date Extended]

https://jobassam.in/cm-jibon-anuprerana-scheme/
❤6🙏1
গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱো মহেশ্বৰ। গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, তস্মৈশ্রী গুৰুৱে নমঃ।। শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত প্ৰতিগৰাকী শিক্ষাগুৰুলৈ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো।
❤55🙏2👍1😢1
Multi-Tasking Staff (MTS) and Havaldar Examination E-Book with 2000+ MCQs. The exam will be held from 20 September.

https://assamtest.com/shop/ssc-mts-ebook.php
❤4👍2😢1🙏1
BSF Recruitment 2025 – Apply for 1121 Head Constable Posts

https://jobassam.in/bsf-recruitment/
❤7😢2
RRB Group D পৰীক্ষাৰ তাৰিখ ঘোষণা!

CEN 08/2024 ৰ অধীনত লেভেল-১ পদৰ CBT পৰীক্ষাৰ সম্ভাৱ্য তাৰিখ:
➡️ ১৭ নৱেম্বৰ ২০২৫ - ডিচেম্বৰ ২০২৫
❤12
RRB Group D Exam Date 2025 – CBT Schedule & Admit Card Details

https://jobassam.in/rrb-admit-card/
❤4