AllJobAssam.com
12.4K subscribers
1.78K photos
14 videos
115 files
9.8K links
Welcome to the Official Telegram Channel of "All Job Assam". AllJobAssam.com is one of the most popular and trusted education and employment news portals in Assam, India. Stay latest updates on job vacancies, educational news, exam results.
Download Telegram
❤️ মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোলৈকে মোৰ আন্তৰিক মৰম আৰু কৃতজ্ঞতা জনালোঁ। 🙏❤️

জীৱনৰ এই সৰু সৰু প্ৰচেষ্টাবোৰত আপোনালোকৰ অকণমান মৰম, উৎসাহ আৰু সহযোগিতাই আমাক আগুৱাই যোৱাৰ সাহস দিয়ে।

সেয়েহে আপোনালোক সকলোকে বিনম্ৰতাৰে অনুৰোধ জনালোঁ, আমাৰ AllJobAssam Facebook Page টো Follow কৰাৰ লগতে প্ৰতিটো Post আৰু Video-ত Like, Comment আৰু Share কৰি আমাক উৎসাহিত কৰিব। আপোনালোকৰ প্ৰতিটো Like, প্ৰতিটো Comment আমাৰ বাবে অমূল্য উপহাৰ। ❤️

আমি হয়তো সকলোৰে বাবে বহুত ডাঙৰ কিবা কৰিব নোৱাৰোঁ, কিন্তু আপোনালোকৰ মৰম আৰু আশীৰ্বাদেৰে অসমৰ নিবনুৱা যুৱক-যুৱতীসকলৰ কাষত সদায় থিয় দি থাকিবলৈ চেষ্টা কৰিম।

শেষত ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা কৰোঁ— আপোনালোক প্ৰতিজনৰ জীৱন সুখ, শান্তি আৰু সফলতাৰে ভৰি পৰক। আপোনালোকৰ প্ৰতিটো সপোন পূৰণ হওক। জীৱনৰ প্ৰতিটো খোজতে সফলতা লাভ কৰক। 🙏❤️

মনত ৰাখিব, আপোনালোকৰ মৰমেই আমাৰ আটাইতকৈ ডাঙৰ শক্তি।

সকলোৰে মৰম আৰু সহযোগিতা কামনা কৰিলোঁ। ❤️

👉 Facebook Page: https://www.facebook.com/share/v/19mQrRcVxs/

ধন্যবাদ আৰু অশেষ মৰমেৰে — AllJobAssam.com পরিবার 🙏❤️
Airtel Recruitment 2026 – Apply for Tax Support Executive Post

Apply Link: https://shop.newsinassam.com/ZRUsKs
❤2