কৰ্মচাৰী বাছনি আয়োগে SSC GD Constable পৰীক্ষাৰ Answer Key জাৰি কৰিছে। পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীয়ে তলৰ লিংকটো ব্যৱহাৰ কৰি Answer Key পৰীক্ষা কৰিব পাৰিব।
https://jobassam.in/ssc-result/
https://jobassam.in/ssc-result/
👍15😢10
অসমৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ বাবে অপেক্ষা কৰি থকা ছাত্ৰ-ছাত্ৰীসকলেও পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব।
https://jobassam.in/samarth-admission-portal/
https://jobassam.in/samarth-admission-portal/
👍12
গুৱাহাটী উচ্চ ন্যায়ালয়ত আইন কেৰাণী (Law Clerks)ৰ ৮টা পদত নিযুক্তি।
অনলাইন আবেদন আৰম্ভ, অনলাইন আবেদনৰ অন্তিম তাৰিখ ২৫ এপ্ৰিল।
https://jobassam.in/gauhati-high-court-recruitment/
অনলাইন আবেদন আৰম্ভ, অনলাইন আবেদনৰ অন্তিম তাৰিখ ২৫ এপ্ৰিল।
https://jobassam.in/gauhati-high-court-recruitment/
👍11🙏3
APSC Recruitment 2024 - Computer Operator 17 Posts, Online Apply
Last Date: 13/04/2024
https://jobassam.in/apsc-recruitment/
Last Date: 13/04/2024
https://jobassam.in/apsc-recruitment/
👍22
ভাৰতীয় উপকূলৰক্ষী বাহিনীৰয়ে নৱিকৰ ২৬০টা পদৰ পৰীক্ষাৰ তাৰিখ আৰু পৰীক্ষা কেন্দ্ৰৰ তথ্য প্ৰকাশ কৰিছে। পৰীক্ষাৰ দিনটোৰ ৪৮ ঘণ্টা আগতে একেটা লিংকৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।
https://jobassam.in/indian-coast-guard-admit-card/
https://jobassam.in/indian-coast-guard-admit-card/
👍11
SSC CHSL পৰীক্ষাৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ প্ৰাৰ্থীসকলে অহা ৭ মে'ৰ ভিতৰত অনলাইন আবেদন জমা দিব পাৰিব।
https://jobassam.in/ssc-recruitment/
https://jobassam.in/ssc-recruitment/
👍28🙏6❤5😢4
Gauhati University Exam Routine 2024 - 2nd, 4th and 6th Semester Exam
https://jobassam.in/gauhati-university-exam-routine/
https://jobassam.in/gauhati-university-exam-routine/
👍18😢13❤5🙏4
Top 20 Test Series for ADRE, Assam Police and Other Exams is available on BooksGhar! 🎉
পৰীক্ষা সদৃশ প্ৰশ্ন কাকতেৰে ভৰপূৰ অসমীয়া আৰু ইংৰাজী মাধ্যমৰ কিতাপ। অসম চৰকাৰৰ বিভিন্ন তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে উপযোগী।
Buy Now: https://bit.ly/3Txy0pw
পৰীক্ষা সদৃশ প্ৰশ্ন কাকতেৰে ভৰপূৰ অসমীয়া আৰু ইংৰাজী মাধ্যমৰ কিতাপ। অসম চৰকাৰৰ বিভিন্ন তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে উপযোগী।
Buy Now: https://bit.ly/3Txy0pw
👍6❤1🙏1
নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে SEBA ৰ অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া অহা ১২ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব। অনলাইন পঞ্জীয়নৰ অন্তিম তাৰিখ ৩০ মে'।
ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
https://jobassam.in/seba-registration/
ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
https://jobassam.in/seba-registration/
👍11❤1😢1
চৰকাৰী চাকৰি, এডমিট কাৰ্ড, পৰীক্ষাৰ ফলাফল, নামভৰ্তি, বৃত্তি আৰু অন্যান্য আপডেট তৎক্ষণাৎ পাবৰ বাবে আমাৰ WhatsApp Channel টো Follow কৰক।
https://whatsapp.com/channel/0029Va9cckoG8l5NOwhMrw17
https://whatsapp.com/channel/0029Va9cckoG8l5NOwhMrw17
👍10
Indian Air Force Result 2024 - Agniveer Vayu Online Test Result Declared
https://jobassam.in/indian-air-force-result/
https://jobassam.in/indian-air-force-result/
👍9
অগ্নিবীৰ নিযুক্তিৰ অনলাইন পৰীক্ষাৰ বাবে ভাৰতীয় সেনাই জাৰি কৰিছে এডমিট কাৰ্ড। আবেদনকাৰীয়ে তলত দিয়া লিংকটো ব্যৱহাৰ কৰি এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।
https://jobassam.in/indian-army-admit-card/
https://jobassam.in/indian-army-admit-card/
👍21
মুখ্যমন্ত্ৰীৰ শেহতীয়া বিবৃতি অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ২০ এপ্ৰিলৰ পিছত ঘোষণা হোৱাৰ সম্ভাৱনা আছে। ফলাফল ঘোষণাৰ সৈতে জড়িত আপডেট তৎক্ষণাৎ পাবলৈ আমাৰ এণ্ড্ৰইড এপটো ইনষ্টল কৰক।
https://play.google.com/store/apps/details?id=com.app.jobassam
https://play.google.com/store/apps/details?id=com.app.jobassam
👍16🙏6
ৰে’লৱে নিযুক্তি ব’ৰ্ডে ৪৬৬০টা পদৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। দশম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। অনলাইন আবেদনৰ অন্তিম তাৰিখ ১৪ মে'।
https://jobassam.in/rrb-recruitment/
https://jobassam.in/rrb-recruitment/
👍26❤11
We have updated our official Android app. All users are requested to install the latest version of our app for better experience.
Premium: The issue of displaying ads to premium users has been resolved with a bug fix.
Update Link: https://play.google.com/store/apps/details?id=com.app.jobassam
Premium: The issue of displaying ads to premium users has been resolved with a bug fix.
Update Link: https://play.google.com/store/apps/details?id=com.app.jobassam
👍10😢2❤1
অসমৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া চলি আছে।
https://jobassam.in/samarth-admission-portal/
https://jobassam.in/samarth-admission-portal/
👍14❤1😢1