ভাৰতীয় সেনাৰ অধীনত অগ্নিবীৰৰ বাবে অনলাইন আবেদন চলি আছে।
যোগ্য প্ৰাৰ্থীয়ে ২২ মাৰ্চৰ ভিতৰত আবেদন দাখিল কৰিব পাৰিব।
https://jobassam.in/indian-army-recruitment/
যোগ্য প্ৰাৰ্থীয়ে ২২ মাৰ্চৰ ভিতৰত আবেদন দাখিল কৰিব পাৰিব।
https://jobassam.in/indian-army-recruitment/
❤8👍8
কৰ্মচাৰী ৰাজ্যিক বীমা নিগম (ESIC)ৰ অধীনত নাৰ্চিং বিষয়াৰ নিযুক্তি।
অনলাইন আবেদনৰ অন্তিম তাৰিখ ২৭ মাৰ্চ।
https://jobassam.in/esic-recruitment/
অনলাইন আবেদনৰ অন্তিম তাৰিখ ২৭ মাৰ্চ।
https://jobassam.in/esic-recruitment/
👍8
ৰাজ্যিক স্বাস্থ্য অভিযান, অসমৰ অধীনত বিভিন্ন ২৩৪টা পদৰ নিযুক্তি।
অনলাইন আবেদনৰ অন্তিম তাৰিখ ২৫ মাৰ্চ। অধিক জানিবলৈ তলৰ লিংকটো ব্যৱহাৰ কৰক।
https://jobassam.in/nhm-assam-recruitment/
অনলাইন আবেদনৰ অন্তিম তাৰিখ ২৫ মাৰ্চ। অধিক জানিবলৈ তলৰ লিংকটো ব্যৱহাৰ কৰক।
https://jobassam.in/nhm-assam-recruitment/
👍11❤1
We are thrilled to announce that the Top 20 Test Series for ADRE, Assam Police and Other Exams is now available on BooksGhar! 🎉
পৰীক্ষা সদৃশ প্ৰশ্ন কাকতেৰে ভৰপূৰ অসমীয়া আৰু ইংৰাজী মাধ্যমৰ কিতাপ। অসম চৰকাৰৰ বিভিন্ন তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে উপযোগী।
Hurry Up! Limited Stock Available! 🛒
Buy Now: https://bit.ly/3Txy0pw
পৰীক্ষা সদৃশ প্ৰশ্ন কাকতেৰে ভৰপূৰ অসমীয়া আৰু ইংৰাজী মাধ্যমৰ কিতাপ। অসম চৰকাৰৰ বিভিন্ন তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে উপযোগী।
Hurry Up! Limited Stock Available! 🛒
Buy Now: https://bit.ly/3Txy0pw
👍17🙏5❤3
UPSC ৰ অসামৰিক সেৱাৰ পৰীক্ষা (IAS আৰু IFS ) সাধাৰণ নিৰ্বাচনৰ বাবে পিছুৱাই দিয়া হৈছে।
https://upsc.gov.in/sites/default/files/Ticker-CSP-2024-Postponement-engl-19032024.pdf
https://upsc.gov.in/sites/default/files/Ticker-CSP-2024-Postponement-engl-19032024.pdf
👍5🙏5❤3
পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনত ৭১ টা পদৰ নিযুক্তি।
অনলাইন আবেদন জমা দিয়াৰ অন্তিম তাৰিখ ১০ এপ্ৰিল।
https://jobassam.in/animal-husbandry-veterinary-recruitment/
অনলাইন আবেদন জমা দিয়াৰ অন্তিম তাৰিখ ১০ এপ্ৰিল।
https://jobassam.in/animal-husbandry-veterinary-recruitment/
👍16❤2
গুৱাহাটী বিশ্ববিদ্যালয়ে দ্বিতীয়, চতুৰ্থ আৰু ষষ্ঠ ষান্মাসিক পৰীক্ষাৰ অনলাইন ফৰ্ম পূৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
অনলাইন ফৰ্ম পূৰণৰ অন্তিম তাৰিখ ১৬ এপ্ৰিল।
https://jobassam.in/gu-form-fill-up/
অনলাইন ফৰ্ম পূৰণৰ অন্তিম তাৰিখ ১৬ এপ্ৰিল।
https://jobassam.in/gu-form-fill-up/
👍22❤5
গুৱাহাটী উচ্চ ন্যায়ালয়ত আইন কেৰাণী (Law Clerks)ৰ ৮টা পদত নিযুক্তি।
অনলাইন আবেদন আৰম্ভ, অনলাইন আবেদনৰ অন্তিম তাৰিখ ২৫ এপ্ৰিল।
https://jobassam.in/gauhati-high-court-recruitment/
অনলাইন আবেদন আৰম্ভ, অনলাইন আবেদনৰ অন্তিম তাৰিখ ২৫ এপ্ৰিল।
https://jobassam.in/gauhati-high-court-recruitment/
👍16❤8🙏1
JobAssam.in ৰ তৰফৰ পৰা সকলোলৈ ৰঙৰ উৎসৱ ফাকুৱা আৰু পৱিত্ৰ দৌলোৎসৱৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
❤58🙏8👍5😢3
অসম প্ৰত্যক্ষ নিযুক্তি (Assam Direct Recruitment) ৰ বিগত বৰ্ষৰ সকলো প্ৰশ্ন কাকত আৰু পৰীক্ষাৰ পাঠ্যক্ৰম। এই বৰ্ষৰ প্ৰাৰ্থীৰ বাবে বহু উপযোগী।
https://jobassam.in/assam-direct-recruitment-question-papers/
https://jobassam.in/assam-direct-recruitment-question-papers/
👍27❤4🙏1
গুৱাহাটী বিশ্ববিদ্যালয়ে দ্বিতীয়, চতুৰ্থ আৰু ষষ্ঠ ষান্মাসিক পৰীক্ষাৰ অনলাইন ফৰ্ম পূৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
অনলাইন ফৰ্ম পূৰণৰ অন্তিম তাৰিখ ১৬ এপ্ৰিল।
https://jobassam.in/gu-form-fill-up/
অনলাইন ফৰ্ম পূৰণৰ অন্তিম তাৰিখ ১৬ এপ্ৰিল।
https://jobassam.in/gu-form-fill-up/
👍9🙏2
CUET (UG)ৰ বাবে অনলাইন আবেদনৰ অন্তিম তাৰিখ ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে এই পৰীক্ষাত অংশগ্ৰহণ কৰিব লাগিব।
https://jobassam.in/cuet-ug/
https://jobassam.in/cuet-ug/
👍7❤2🙏1
ইয়াত অসম ইয়েৰ বুকৰ সকলো সংস্কৰণৰ এখন তালিকা দিয়া হৈছে। বিশেষকৈ, প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে লাভজনক।
Here's a list of all versions of Assam Year Book. Especially, beneficial for competitive exams.
https://booksghar.com/product-tag/assam-year-book/
Here's a list of all versions of Assam Year Book. Especially, beneficial for competitive exams.
https://booksghar.com/product-tag/assam-year-book/
👍9🙏1
পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনত ৭১ টা পদৰ নিযুক্তি।
অনলাইন আবেদন জমা দিয়াৰ অন্তিম তাৰিখ ১০ এপ্ৰিল।
https://jobassam.in/animal-husbandry-veterinary-recruitment/
অনলাইন আবেদন জমা দিয়াৰ অন্তিম তাৰিখ ১০ এপ্ৰিল।
https://jobassam.in/animal-husbandry-veterinary-recruitment/
👍14🙏2
Assam CEE Exam 2024 – Online Apply for B.Tech Admission Test
Last Date: 03/04/2024
https://jobassam.in/assam-cee-exam/
Last Date: 03/04/2024
https://jobassam.in/assam-cee-exam/
👍12🙏1
নৱোদয় বিদ্যালয় সমিতিয়ে ঘোষণা কৰিছে জৱাহৰ নৱোদয় বিদ্যালয়ৰ বাছনি পৰীক্ষাৰ ফলাফল।
https://jobassam.in/jnvst-assam-class-6-result/
https://jobassam.in/jnvst-assam-class-6-result/
👍13🙏1
বজাৰ মূল্যতকৈ কম মূল্যত নিৰ্ভৰযোগ্য ৱেবছাইটৰ পৰা ক্ৰয় কৰক অসম প্ৰত্যক্ষ নিযুক্তি (Assam Direct Recruitment)ৰ লিখিত পৰীক্ষাৰ বাবে উপযোগী কিতাপ।
👉 https://bit.ly/3xp9yhg
👉 https://bit.ly/3xp9yhg
👍20😢9❤6🙏4
জিলা আইনী সেৱা প্ৰাধিকৰণ , কৰিমগঞ্জৰ কাৰ্যালয়ৰ অধীনত নিম্ন সংমণ্ডল সহকাৰী পদত নিযুক্তি। যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।
আবেদন দাখিলৰ অন্তিম তাৰিখ ২৪ এপ্ৰিলৰ সন্ধিয়া ৫ বজালৈ।
https://jobassam.in/karimganj-recruitment/
আবেদন দাখিলৰ অন্তিম তাৰিখ ২৪ এপ্ৰিলৰ সন্ধিয়া ৫ বজালৈ।
https://jobassam.in/karimganj-recruitment/
👍12❤1
CTET 2024 ৰ বাবে অনলাইন আবেদন চলি আছে।যোগ্য প্ৰাৰ্থীয়ে তলৰ লিংকটো ব্যৱহাৰ কৰি ৫ এপ্ৰিলৰ ভিতৰত আবেদন দাখিল কৰিব পাৰিব।
https://jobassam.in/ctet-notification/
https://jobassam.in/ctet-notification/
👍10🙏4