37.7K subscribers
2.58K photos
3 videos
20 files
3.15K links
The official channel of JobAssam.

Please be advised that this channel is scheduled for discontinuation on 31 December 2025.
Download Telegram
ডি.ফাৰ্ম আৰু বি.ফাৰ্মৰ নামভৰ্তিৰ বাবে অনলাইন আবেদন আৰম্ভ হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে ২৯ মে’ৰ ভিতৰত প্ৰৱেশ পৰীক্ষাৰ বাবে অনলাইন আবেদন দাখিল কৰিব পাৰিব।

https://jobassam.in/ssuhs-dpharm-bpharm-admission/
👍13❤4😢4
UPSC NDA and NA Exam 2024 - Apply Online for 404 Posts

Last Date: 04/06/2024

https://jobassam.in/upsc-nda-na-examination/
👍14❤8😢5
গুৱাহাটী বিশ্ববিদ্যালয়ে দ্বিতীয় ষান্মাসিক পৰীক্ষাৰ অনলাইন ফৰ্ম পূৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

অনলাইন ফৰ্ম পূৰণৰ অন্তিম তাৰিখ ২০ মে'।

https://jobassam.in/gu-form-fill-up/
👍7😢7❤3
অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ উত্তৰ বহী পুনৰীক্ষণৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। অনলাইন আবেদন জমা দিয়াৰ অন্তিম তাৰিখ ২২ মে'।

https://jobassam.in/ahsec-recheck-answer-scripts/
👍15😢5
Best Study Materials for the Upcoming Assam and BTC GT/PGT TET Recruitment Test.

👉 https://bit.ly/3HPdyKc
😢4👍3❤2
গুৱাহাটী বিশ্ববিদ্যালয়ৰ FYUGP ২য় ষান্মাসিকৰ পৰীক্ষাৰ ৰুটিন ১০ মে'ত জাৰি কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ পৰীক্ষাৰ সময়সূচী তলৰ লিংকৰ পৰা ডাউনলোড কৰিব পাৰিব।

https://jobassam.in/gauhati-university-exam-routine/
👍8😢4
BSc Nursing ৰ Entrance Exam ৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। ইচ্ছুক প্ৰাৰ্থীয়ে ২৪ মে’ৰ ভিতৰত নিজৰ আবেদন দাখিল কৰিব পাৰিব।

https://jobassam.in/ssuhs-bsc-nursing-admission/
👍11😢2
গুৱাহাটী বিশ্ববিদ্যালয়ে বিভিন্ন ষান্মাসিক পৰীক্ষাৰ বাবে এডমিট কাৰ্ড জাৰি কৰিছে। ছাত্ৰ-ছাত্ৰীসকলে তলৰ লিংকটোৰ সহায়ত তেওঁলোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।

https://jobassam.in/gauhati-university-admit-card/
👍10😢3
অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক (মূল) পৰীক্ষাৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। প্ৰাৰম্ভিক পৰীক্ষাত যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীয়ে ১ জুনৰ ভিতৰত আবেদন দাখিল কৰিব পাৰিব।

https://jobassam.in/apsc-recruitment/
👍19❤5😢4
ASTU CEE Admit Card 2024 - Assam CEE B.Tech Admission Test

https://jobassam.in/astu-cee-admit-card/
❤5👍4🙏3😢2
অসম উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ মেধা তালিকা আজি পুৱা ৯ বজাত প্ৰকাশ কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে ২৬ মে’ৰ ভিতৰত নামভৰ্তিৰ বাবে যিকোনো এখন বিদ্যালয়/ মহাবিদ্যালয় বাছনি কৰিব লাগিব।

https://jobassam.in/assam-higher-secondary-admission/
👍13😢8❤5
SEBA Compartmental Routine 2024 – Assam HSLC 10th Exam

https://jobassam.in/seba-compartmental-routine/
👍12😢4❤2
জিএনএম পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে অনলাইন আবেদন চলি আছে। ইচ্ছুক প্ৰাৰ্থীয়ে ২০ জুনৰ ভিতৰত আবেদন দাখিল কৰিব পাৰিব। অধিক তথ্যৰ বাবে তলৰ লিংকটো চাওক।

https://jobassam.in/assam-gnm-admission/
👍16😢2
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত B.Ed পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। যোগ্য প্ৰাৰ্থীয়ে অহা ৩০ মে’ৰ ভিতৰত প্ৰৱেশ পৰীক্ষাৰ বাবে আবেদন দাখিল কৰিব পাৰিব।

https://jobassam.in/dibrugarh-university-b-ed-admission/
👍11😢5🙏1
BSc Nursing আৰু GNM প্ৰৱেশ পৰীক্ষাৰ বাবে অসমীয়া আৰু ইংৰাজী মাধ্যমৰ কিতাপ

Buy Now: https://tinyurl.com/bd9hu6p6
👍5🙏5😢3
ভাৰতীয় নৌসেনাৰ অগ্নিবীৰ MR নিযুক্তিৰ অনলাইন আবেদনৰ অন্তিম তাৰিখ বৃদ্ধি কৰা হৈছে। দশম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ ৫ জুন।

https://jobassam.in/indian-navy-mr-recruitment/
👍8😢5
অসমৰ বিভিন্ন আই টি আইত নামভৰ্তিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। যোগ্য প্ৰাৰ্থীয়ে ১৪ জুনৰ ভিতৰত অনলাইন আবেদন দাখিল কৰিব পাৰিব।

The online application process for admission to the various ITIs in Assam is currently ongoing. Eligible candidates are invited to submit their applications by 14th June 2024.

https://jobassam.in/iti-admission/
👍10😢6
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। DUPGET ৰ বাবে অনলাইন আবেদন জমা দিয়াৰ অন্তিম তাৰিখ ২ জুন।

https://jobassam.in/dibrugarh-university-pg-admission/
👍10❤5😢4
ভাৰতীয় নৌসেনাৰ অগ্নিবীৰ SSR নিযুক্তি। চলি আছে অনলাইন আবেদন প্ৰক্ৰিয়া। অনলাইন আবেদনৰ অন্তিম তাৰিখ ২৭ মে'।

https://jobassam.in/indian-navy-ssr-recruitment/
👍10😢7❤1