37.7K subscribers
2.58K photos
3 videos
20 files
3.15K links
The official channel of JobAssam.

Please be advised that this channel is scheduled for discontinuation on 31 December 2025.
Download Telegram
SEBA Re-Checking of Answer Scripts, Assam HSLC Exam 2024

Last Date: 07/05/2024

https://jobassam.in/seba-re-checking-answer-script/
👍16❤1
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। DUPGET ৰ বাবে অনলাইন আবেদন জমা দিয়াৰ অন্তিম তাৰিখ ২ জুন।

https://jobassam.in/dibrugarh-university-pg-admission/
👍18😢5
The Result of Assam HS Final Examination 2024 will be declared Today at 9 AM. You can check Assam HS Result using the following link.

https://jobassam.in/assam-hs-result/
👍28❤1
২০২৪ বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ সমূহ শিক্ষাৰ্থীক আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
❤70👍10😢9🙏2
SSUHS BSc Nursing Admission 2024 Entrance Exam, Online Apply

Last Date: 24/05/2024

https://jobassam.in/ssuhs-bsc-nursing-admission/
👍8😢1
APSC Result 2024 - Combined Competitive Exam (CCE) Prelims Result

https://jobassam.in/apsc-result/
👍12😢1
অসমৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া চলি আছে। আবেদনৰ অন্তিম দিন ২ জুন।

https://jobassam.in/samarth-admission-portal/
👍13
Top 20 Test Series for ADRE, Assam Police and Other Exams is available on BooksGhar! 🎉

পৰীক্ষা সদৃশ প্ৰশ্ন কাকতেৰে ভৰপূৰ অসমীয়া আৰু ইংৰাজী মাধ্যমৰ কিতাপ। অসম চৰকাৰৰ বিভিন্ন তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে উপযোগী।

Buy Now: https://bit.ly/3Txy0pw
👍14
জিএনএম পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে অনলাইন আবেদন আৰম্ভ হৈছে। ইচ্ছুক প্ৰাৰ্থীয়ে ১০ জুনৰ ভিতৰত আবেদন দাখিল কৰিব পাৰিব। অধিক তথ্যৰ বাবে তলৰ লিংকটো চাওক।

https://jobassam.in/assam-gnm-admission/
👍9
ৰে’লৱে নিযুক্তি ব’ৰ্ডৰ ৪৬৬০টা পদৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। দশম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। অনলাইন আবেদনৰ অন্তিম তাৰিখ ১৪ মে'।

https://jobassam.in/rrb-recruitment/
👍24😢2
NERIE B.Ed Admission 2024 - Entrance Exam Application Form [Link Activated]

Last Date: 31/05/2024

https://jobassam.in/nerie-shillong-b-ed-admission/
👍5
ডি.ফাৰ্ম আৰু বি.ফাৰ্মৰ নামভৰ্তিৰ বাবে অনলাইন আবেদন অহা ১৪ মে'ৰ পৰা আৰম্ভ হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে ২৯ মে’ৰ ভিতৰত প্ৰৱেশ পৰীক্ষাৰ বাবে অনলাইন আবেদন দাখিল কৰিব পাৰিব।

https://jobassam.in/ssuhs-dpharm-bpharm-admission/
👍18
অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক (মূল) পৰীক্ষাৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। প্ৰাৰম্ভিক পৰীক্ষাত যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীয়ে ১ জুনৰ ভিতৰত আবেদন দাখিল কৰিব পাৰিব।

https://jobassam.in/apsc-recruitment/
👍11
অসম প্ৰত্যক্ষ নিযুক্তি (Assam Direct Recruitment)ৰ লিখিত পৰীক্ষাৰ বাবে উপযোগী কিতাপ।

👉 https://bit.ly/3xp9yhg
👍17❤2🙏2
ভাৰতীয় নৌসেনাৰ অগ্নিবীৰ SSR নিযুক্তি। আৰম্ভ হৈছে অনলাইন আবেদন প্ৰক্ৰিয়া। অনলাইন আবেদনৰ অন্তিম তাৰিখ ২৭ মে'।

https://jobassam.in/indian-navy-ssr-recruitment/
👍1
ভাৰতীয় নৌসেনাৰ অগ্নিবীৰ MR নিযুক্তি। আৰম্ভ হৈছে অনলাইন আবেদন প্ৰক্ৰিয়া। দশম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ ২৭ মে'।

https://jobassam.in/indian-navy-mr-recruitment/
👍7😢6
জিএনএম প্ৰৱেশ পৰীক্ষা (GNM Entrance Exam) ৰ বাবে অসমীয়া মাধ্যমৰ কিতাপ।

👉 https://bit.ly/3yhllPg
👍6❤5😢2
CBSE 10th Result 2024 – Check CBSE Exam Result with Marksheet

https://jobassam.in/cbse-10th-result/
😢4
অসম উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। ছাত্ৰ-ছাত্ৰীসকলে ১৫ মে’ৰ ভিতৰত নামভৰ্তিৰ বাবে আবেদন দাখিল কৰিব পাৰিব।

https://jobassam.in/assam-higher-secondary-admission/
👍10❤4😢3
NTA CUET (UG) ৰ বাবে এডমিট কাৰ্ড জাৰি কৰা হৈছে। এই পৰীক্ষাৰ পৰীক্ষাৰ্থীয়ে তলত দিয়া লিংকৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।

https://cuetug.ntaonline.in/frontend/web/admitcard/index
👍12❤5😢4🙏3