37.7K subscribers
2.58K photos
3 videos
20 files
3.15K links
The official channel of JobAssam.

Please be advised that this channel is scheduled for discontinuation on 31 December 2025.
Download Telegram
অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ এডমিট কাৰ্ড প্ৰকাশৰ তাৰিখ ঘোষণা। এই তাৰিখৰ পৰা প্ৰাৰ্থীসকলে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।

https://jobassam.in/assam-direct-recruitment-admit-card/
😢17🙏11👍9❤4
Assam Direct Recruitment 2024 Admit Card Release Date | ADRE Important Infomation (Video)

https://youtu.be/wBBTbWuoxfI
👍19😢10❤7🙏2
Due to a technical issue, our 1000+ MCQ PDF was not delivered to users who purchased it. The issue has now been fixed. Please check your email inbox.

👉 https://rzp.io/l/best-mcq
👍17😢1
নৱোদয় বিদ্যালয়ত নামভৰ্তিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। ছাত্ৰ-ছাত্ৰীসকলে ষষ্ঠ শ্ৰেণীত নামভৰ্তিৰ বাবে আৱেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ ১৬ ছেপ্টেম্বৰ।

https://jobassam.in/assam-navodaya-admission/
👍15😢10❤1
SSC Admit Card 2024 - Download SSC CGL Exam Admit Cards

https://jobassam.in/ssc-admit-card/
😢17👍12🙏2❤1
ANM পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে অহা ৭ ছেপ্টেম্বৰৰ ভিতৰত আবেদন দাখিল কৰিব পাৰিব।

https://jobassam.in/assam-anm-admission/
👍12😢6❤2
এতিয়া পৰীক্ষালৈ মাত্ৰ কেইদিন মানৰ অপেক্ষা। আপোনাৰ প্ৰস্তুতিৰ অৱস্থান জানিবলৈ আমাৰ Free Mock Test সমূহত অংশগ্ৰহণ কৰক। ADRE ৰ বাবে বিশেষভাৱে প্ৰস্তুত ১৪টা Test Series।

https://assamtest.com/assam-direct-recruitment/
😢14👍9❤5🙏2
কাইলৈ প্ৰকাশ পাব ১৫ ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'বলৈ যোৱা ADRE Paper 3 ৰ Admit Card। ১১ লক্ষাধিক প্ৰাৰ্থী অৱতীৰ্ণ হ'ব এই পৰীক্ষাত। Admit Card সমূহ উপলব্ধ হ'ব আমাৰ ৱেবচাইটত। পৰীক্ষাৰ বাবে গুৰুৎপূৰ্ণ কিছু কিতাপ আৰু PDF ৰ লিংক তলত দিয়া হৈছে।

1) https://rzp.io/l/best-mcq (eBook)

2) https://bit.ly/47mTNE0 (Assamese Book)
3) https://bit.ly/48qLbgT (English Book)

4) https://bit.ly/3Z6vnOt (Online Mock Test)
👍27❤9😢8🙏6
Thank You! 🌟

We’re thrilled to share that our ADRE Mock Tests platform has crossed 10K+ users! 🎉

Your support means the world to us. Keep practicing with us at https://AssamTest.com!
👍13❤8😢4🙏1
SCERT Assam Admit Card – D.El.Ed Admission Test Admit Card Released

https://jobassam.in/scert-assam-admit-card/
👍10😢5
Assam Direct Recruitment Admit Card 2024 – Download ADRE Admit Card Links Added

https://jobassam.in/assam-direct-recruitment-admit-card/
👍21😢14🙏8❤4
The Assam Direct Recruitment Admit Cards for the HSSLC Level Examination are now live. Click the following link to download your admit card.

https://jobassam.in/assam-direct-recruitment-admit-card/
👍24😢10❤2
অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ এডমিট কাৰ্ড প্ৰকাশ। আপোনাৰ এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব জানিবলৈ এই ভিডিঅ'টো চাওক।

https://youtu.be/Di5PbWyisC8
👍28😢13❤10🙏8
Candidates who have already downloaded their Admit Card for SCERT PET are requested to download it again due to slight changes in the examination venue. Please ignore the previous Admit Card as it will not be valid for the examination.

https://jobassam.in/scert-assam-admit-card/
👍20😢17❤5
Important Notification for candidates who have submitted their applications for the 5550 posts of LP and UP Teachers under DEE, Assam.
👍16😢6
TET Assam Recruitment 2024 – Document Verification of 5550 Posts LP and UP Teachers

https://jobassam.in/tet-assam/
👍12😢9❤1
এতিয়া পৰীক্ষালৈ মাত্ৰ কেইদিন মানৰ অপেক্ষা। আপোনাৰ প্ৰস্তুতিৰ অৱস্থান জানিবলৈ আমাৰ Free Mock Test সমূহত অংশগ্ৰহণ কৰক। ADRE ৰ বাবে বিশেষভাৱে প্ৰস্তুত ১৪টা Test Series।

https://assamtest.com/assam-direct-recruitment/
👍20😢4❤2🙏1
SSC Constable (GD) ৰ প্ৰায় ৩৯,৪৮১ পদৰ নিযুক্তিৰ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ। দশম শ্ৰেণী উতীৰ্ণ প্ৰাৰ্থীয়ে দাখিল কৰিব পাৰিব আবেদন। আবেদনৰ অন্তিম তাৰিখ ১৪ অক্টোবৰ।

https://jobassam.in/ssc-constable-recruitment/
❤31👍21😢8🙏2
ANM পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে অহা ১০ ছেপ্টেম্বৰৰ ভিতৰত আবেদন দাখিল কৰিব পাৰিব।

https://jobassam.in/assam-anm-admission/
👍11❤7😢3🙏1
SSC CHSL Result 2024 – Combined Higher Secondary Level Exam

https://jobassam.in/ssc-chsl-result/
😢17👍7❤6🙏2