37.7K subscribers
2.58K photos
3 videos
20 files
3.15K links
The official channel of JobAssam.

Please be advised that this channel is scheduled for discontinuation on 31 December 2025.
Download Telegram
Walk-in-Interview for the post of Accountant, Computer Operator & Community Organizer under CMMU, DAY-NULM, Hojai.
😢22👍8🙏5❤4
নৱোদয় বিদ্যালয়ত নামভৰ্তিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। ছাত্ৰ-ছাত্ৰীসকলে ষষ্ঠ শ্ৰেণীত নামভৰ্তিৰ বাবে আৱেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ ১৬ ছেপ্টেম্বৰ।

https://jobassam.in/assam-navodaya-admission/
👍16😢3🙏1
এতিয়াও পলম হোৱা নাই। অহা ২৭ অক্টোবৰ তাৰিখে অনুষ্ঠিত হব অসম প্ৰত্যক্ষ নিযুক্তিৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা। ADRE Grade IV ৰ বাবে উপযোগী কিতাপৰ তালিকা তলত দিয়া হৈছে।

1) https://bit.ly/47mTNE0 (Assamese)
2) https://bit.ly/3tKLrbz (Assamese)
3) https://bit.ly/48qLbgT (English)
4) https://bit.ly/48ttrlg (English)
5) https://bit.ly/3Txy0pw (Test Series)
👍14🙏12😢2❤1
The Board of Secondary Education, Assam (SEBA) and Assam Higher Secondary Education Council (AHSEC) have been merged as Assam State School Education Board.
👍110😢22❤5
NIACL Recruitment 2024 – Administrative Officers 170 Posts

Last Date: 29/09/2024

https://jobassam.in/niacl-recruitment/
👍12😢8
অসম সচিবালয়ত ষ্টেন’গ্ৰাফাৰৰ ৩৬টা পদত নিযুক্তি। আৰম্ভ হৈছে অনলাইন আবেদন প্ৰক্ৰিয়া। অনলাইন আবেদন জমা দিয়াৰ অন্তিম তাৰিখ ৩ অক্টোবৰ।

https://jobassam.in/assam-secretariat-recruitment/
👍11😢3
অসম প্ৰত্যক্ষ নিযুক্তিৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে উপযোগী ২০০০+ প্ৰশ্ন উত্তৰৰ PDF। অসমীয়া আৰু ইংৰাজী ভাষাত উপলব্ধ।

Buy Now: https://rzp.io/l/best-mcq

যিসকলে আগত এই PDF ক্ৰয় কৰিছে, আকৌ ক্ৰয় কৰাৰ প্ৰয়োজন নাই।
😢18👍14❤3🙏2
ADRE পৰীক্ষাক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনাৱলী
👍75🙏12😢5
SSCয়ে প্ৰকাশ কৰিছে PET/PST আৰু DV/DME ৰ এডমিট কাৰ্ড। লিখিত পৰীক্ষাত যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীয়ে তলৰ লিংকটো ব্যৱহাৰ কৰি এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।

https://www.crpfonline.com/const_gd_capfs_assfassamrifle_2024_petpst_dvdme_0225.php
👍22😢4❤3🙏2
যিসকল প্ৰাৰ্থীয়ে এতিয়ালৈকে তেওঁলোকৰ ADRE HSSLC Level পৰীক্ষাৰ Admit Card ডাউনলোড কৰা নাই তেওঁলোকে তলত দিয়া লিংকৰ পৰা নিজৰ Admit Card ডাউনলোড কৰিব পাৰিব।

https://jobassam.in/assam-direct-recruitment-admit-card/
👍22😢5❤2🙏1
অসম আৰক্ষীৰ বিভিন্ন পদৰ নিযুক্তিৰ বাবে অনুষ্ঠিত হবলৈ যোৱা PST/PET পৰীক্ষাৰ Admit Card অহা ২৩ ছেপ্টেম্বৰ তাৰিখে প্ৰকাশ পোৱাৰ সম্ভাৱনা।

https://jobassam.in/assam-police-admit-card/
👍22😢5
অসম সচিবালয়ত ষ্টেন’গ্ৰাফাৰৰ ৩৬টা পদত নিযুক্তি। আৰম্ভ হৈছে অনলাইন আবেদন প্ৰক্ৰিয়া। অনলাইন আবেদন জমা দিয়াৰ অন্তিম তাৰিখ ৩ অক্টোবৰ।

https://jobassam.in/assam-secretariat-recruitment/
❤9👍6😢4
ভাৰতীয় ৰে'লত স্নাতক পৰ্যায়ৰ​​ ৮১১৩টা পদৰ নিযুক্তি। কাইলৈৰ পৰা আৰম্ভ হ’ব অনলাইন আবেদন প্ৰক্ৰিয়া। আৱেদন দাখিলৰ অন্তিম তাৰিখ ১৩ অক্টোবৰ।

https://jobassam.in/rrb-recruitment/
👍33❤11😢10🙏9
অহা ২৭ অক্টোবৰ তাৰিখে অনুষ্ঠিত হ’বলগীয়া ADRE পৰীক্ষাৰ এডমিট কাৰ্ড প্ৰকাশৰ তাৰিখ ঘোষণা। ADRE Grade-IV পদৰ প্ৰাৰ্থীসকলে তলত দিয়া লিংকৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।

https://jobassam.in/assam-direct-recruitment-admit-card/
👍26❤9😢6🙏1
SLRC য়ে প্ৰকাশ কৰিছে ADRE Grade-III ৰ স​ৰ্ব​মুঠ খালী পদৰ তালিকা। Vacancy List ৰ বিষয়ে অধিক জানিবলৈ তলৰ লিংকটোত ক্লিক কৰক।

https://jobassam.in/assam-direct-recruitment/
❤21👍10🙏6😢5
কাইলৈ অনুষ্ঠিত হ'ব লগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
❤250🙏57👍30😢28
অহা ২৯ ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ’বলগীয়া ADRE পৰীক্ষাৰ Admit Card প্ৰকাশ। ADRE Degree আৰু Driver পদৰ প্ৰাৰ্থীসকলে তলত দিয়া লিংকৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।

https://jobassam.in/assam-direct-recruitment-admit-card/
👍23😢9❤3🙏1
SSUHS Result 2024 – Assam GNM Entrance Exam Exam Result

https://jobassam.in/ssuhs-result/
👍16😢6❤1
নৱোদয় বিদ্যালয়ত নামভৰ্তিৰ বাবে অনলাইন আবেদনৰ অন্তিম তাৰিখ বৃদ্ধি। ছাত্ৰ-ছাত্ৰীসকলে ষষ্ঠ শ্ৰেণীত নামভৰ্তিৰ বাবে আৱেদন কৰিব পাৰিব। আবেদনৰ বৰ্ধিত অন্তিম তাৰিখ ৭ অক্টোবৰ।

https://jobassam.in/assam-navodaya-admission/
👍22❤6🙏1
১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা ADRE পৰীক্ষাৰ প্ৰশ্নকাকত এতিয়া আমাৰ ৱেবছাইটত উপলব্ধ। প্ৰশ্নকাকত ডাউনলোড কৰিবলৈ তলৰ লিংকটোত ক্লিক কৰক।

https://jobassam.in/assam-direct-recruitment-question-papers/
👍34❤11😢10🙏3