India Post Result 2024 - Gramin Dak Sevaks 44228 Second Merit List
https://jobassam.in/india-post-result/
https://jobassam.in/india-post-result/
😢16👍15❤1
আনন্দৰাম বৰুৱা বঁটা আঁচনিৰ বাবে অনলাইন আবেদনৰ অন্তিম তাৰিখ বঢ়াই দিয়া হৈছে। চলিত বৰ্ষৰ মেট্ৰিক পৰীক্ষাত ৭৫% বা অধিক নম্বৰ লাভ কৰা প্ৰাৰ্থীসকল এই আঁচনিৰ বাবে যোগ্য। অনলাইন আবেদনৰ বৰ্ধিত অন্তিম তাৰিখ ৩০ ছেপ্টেম্বৰ।
https://jobassam.in/arbas/
https://jobassam.in/arbas/
👍17😢4
CTET পৰীক্ষাৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইচ্ছুক প্ৰাৰ্থীয়ে ১৬ অক্টোবৰৰ ভিতৰত আবেদন দাখিল কৰিব পাৰিব।
https://jobassam.in/ctet-notification/
https://jobassam.in/ctet-notification/
👍22😢4
Ishan Uday Scholarship ৰ অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। এই Scholarship ৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে ৩১ অক্টোবৰৰ ভিতৰত আবেদন দাখিল কৰিব পাৰিব।
https://jobassam.in/ishan-uday-scholarship-scheme/
https://jobassam.in/ishan-uday-scholarship-scheme/
👍15😢15🙏1
প্ৰকাশ পাইছে অসম আৰক্ষীৰ PST/PET পৰীক্ষাৰ আনুষ্ঠানিক অধিসূচনা। অহা ২৩ ছেপ্টেম্বৰৰ পৰা অসম আৰক্ষীৰ এডমিট কাৰ্ড উপলব্ধ হ’ব। অধিক জানিবলৈ তলৰ লিংকটোত ক্লিক কৰক।
https://jobassam.in/assam-police-admit-card/
https://jobassam.in/assam-police-admit-card/
👍21❤4😢4🙏1
SSC MTS Admit Card 2024 – Multi-Tasking (Non-Technical) Staff and Havaldar
https://jobassam.in/ssc-mts-admit-card/
https://jobassam.in/ssc-mts-admit-card/
👍28❤8😢8🙏6
NIACL Recruitment 2024 – Administrative Officers 170 Posts
Last Date: 29/09/2024
https://jobassam.in/niacl-recruitment/
Last Date: 29/09/2024
https://jobassam.in/niacl-recruitment/
👍24😢6
WR-NDA-24-Engl-200924.pdf
389.7 KB
The Union Public Service Commission (UPSC) has announced the results for the NDA II Written Examination 2024.
👍20😢4
ভাৰতীয় ৰে'লত দ্বাদশ শ্ৰেণী আৰু স্নাতক পৰ্যায়ৰ ১১৫৫৮টা পদৰ নিযুক্তি। আৱেদন দাখিলৰ অন্তিম তাৰিখ ২৫ অক্টোবৰ।
https://jobassam.in/rrb-recruitment/
https://jobassam.in/rrb-recruitment/
👍37❤13😢8🙏7
অসম প্ৰত্যক্ষ নিযুক্তি সম্পৰ্কে কেইটামান গুৰুত্বপূৰ্ণ তথ্য
- অহা ২৭ ছেপ্টেম্বৰ তাৰিখে প্ৰকাশ পাব ১৫ ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হোৱা ADRE পৰীক্ষাৰ অনুষ্ঠাকি Answer Key।
- লগতে একেই দিনাৰ পৰা আৰম্ভ হব OMR Sheet ৰ Photocopy ৰ আবেদন প্ৰক্ৰিয়া। ৫০ টকাৰ আবেদন মাছুল পৰিশোধ কৰিলে পাব নিজৰ OMR Sheet ৰ Soft Copy।

❤44👍36😢16🙏4
প্ৰকাশ পালে অসম আৰক্ষীৰ PST/PET পৰীক্ষাৰ এডমিট কাৰ্ড। অহা ৩ অক্টোবৰৰ পৰা আৰম্ভ হব পৰীক্ষা। নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ তলৰ লিংকটোত ক্লিক কৰক।
https://jobassam.in/assam-police-admit-card/
https://jobassam.in/assam-police-admit-card/
👍19😢5
SCERT য়ে ঘোষণা কৰিছে D.El.Ed পাঠ্যক্ৰমৰ নামভৰ্তি পৰীক্ষাৰ ফলাফল। পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীয়ে তলৰ লিংকটোৰ সহায়ত নিজৰ ফলাফল চাব পাৰিব।
https://jobassam.in/scert-assam-result/
https://jobassam.in/scert-assam-result/
👍26❤9😢8🙏2
SSC Constable (GD) ৰ প্ৰায় ৩৯,৪৮১ পদৰ নিযুক্তিৰ অনলাইন আবেদন প্ৰক্ৰিয়া। দশম শ্ৰেণী উতীৰ্ণ প্ৰাৰ্থীয়ে দাখিল কৰিব পাৰিব আবেদন। আবেদনৰ অন্তিম তাৰিখ ১৪ অক্টোবৰ।
https://jobassam.in/ssc-constable-recruitment/
https://jobassam.in/ssc-constable-recruitment/
👍31❤3😢3🙏3
নৱোদয় বিদ্যালয়ত নামভৰ্তিৰ বাবে অনলাইন আবেদনৰ অন্তিম তাৰিখ বৃদ্ধি। ছাত্ৰ-ছাত্ৰীসকলে ষষ্ঠ শ্ৰেণীত নামভৰ্তিৰ বাবে আৱেদন কৰিব পাৰিব। আবেদনৰ বৰ্ধিত অন্তিম তাৰিখ ৭ অক্টোবৰ।
https://jobassam.in/assam-navodaya-admission/
https://jobassam.in/assam-navodaya-admission/
👍21😢4❤1🙏1
যিসকল প্ৰাৰ্থীয়ে এতিয়ালৈকে তেওঁলোকৰ ADRE Degree and Driver Level পৰীক্ষাৰ Admit Card ডাউনলোড কৰা নাই তেওঁলোকে তলত দিয়া লিংকৰ পৰা নিজৰ Admit Card ডাউনলোড কৰিব পাৰিব।
https://jobassam.in/assam-direct-recruitment-admit-card/
https://jobassam.in/assam-direct-recruitment-admit-card/
👍24😢6🙏3❤1
Candidates of the Assam Direct Recruitment Examination (Class III, HSSLC Level) held on 15th September 2024 can access an online portal from 27th September to 15th October 2024 to download their OMR answer sheets for a fee of ₹50.
Additionally, from 28th September to 10th October 2024, objections to the answer key may be submitted for ₹500, refundable upon valid justification.
The portal links will be available on the Assam State School Education Board and Assam Government websites.

👍44🙏11😢9❤3
ADRE OMR Sheet ৰ ফটোকপিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ১৫ অক্টোবৰৰ ভিতৰত আপোনাৰ OMR Sheet ৰ বাবে আবেদন কৰিব পাৰিব। অধিক তথ্যৰ বাবে তলৰ লিংকটোত ক্লিক কৰক।
https://jobassam.in/adre-omr-sheet/
https://jobassam.in/adre-omr-sheet/
👍31😢12❤6🙏6
ADRE Answer Key Download - Assam Direct Recruitment Examination 2024
https://jobassam.in/assam-direct-recruitment-question-papers/#answerkey
https://jobassam.in/assam-direct-recruitment-question-papers/#answerkey
😢29👍18❤6🙏3
আজি অনুষ্ঠিত হৈ যোৱা ADRE Paper IV আৰু Paper V ৰ প্ৰশ্ন কাকত এতিয়া আমাৰ ৱেবছাইটত উপলব্ধ। ডাউনলোড কৰিবলৈ তলৰ লিংকটোত ক্লিক কৰক।
https://jobassam.in/assam-direct-recruitment-question-papers/
https://jobassam.in/assam-direct-recruitment-question-papers/
👍23❤4😢3