অসম প্ৰত্যক্ষ নিযুক্তিৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে উপযোগী ২০০০+ প্ৰশ্ন উত্তৰৰ PDF। অসমীয়া আৰু ইংৰাজী ভাষাত উপলব্ধ।
Buy Now: https://rzp.io/l/best-mcq
যিসকলে আগত এই PDF ক্ৰয় কৰিছে, আকৌ ক্ৰয় কৰাৰ প্ৰয়োজন নাই।
Buy Now: https://rzp.io/l/best-mcq
যিসকলে আগত এই PDF ক্ৰয় কৰিছে, আকৌ ক্ৰয় কৰাৰ প্ৰয়োজন নাই।
👍16😢10❤5🙏3
IBPS Clerk Result 2024 – Clerk XIV 6128 Posts Prelims Exam Result
https://jobassam.in/ibps-clerk-result/
https://jobassam.in/ibps-clerk-result/
😢14👍7
OBC Scholarship ৰ অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। ছাত্ৰ-ছাত্ৰীসকলে অহা ৩০ নৱেম্বৰৰ ভিতৰত আবেদন দাখিল কৰিব পাৰিব।
https://jobassam.in/obc-scholarship-assam/
https://jobassam.in/obc-scholarship-assam/
👍18😢10🙏3❤2
ভাৰতীয় ৰে'লত দ্বাদশ শ্ৰেণী আৰু স্নাতক পৰ্যায়ৰ ১১৫৫৮টা পদৰ নিযুক্তি। আৱেদন দাখিলৰ অন্তিম তাৰিখ ২৫ অক্টোবৰ।
https://jobassam.in/rrb-recruitment/
https://jobassam.in/rrb-recruitment/
👍45❤8😢4🙏4
অহা ২৭ অক্টোবৰ তাৰিখে অনুষ্ঠিত হ’বলগীয়া ADRE পৰীক্ষাৰ এডমিট কাৰ্ড প্ৰকাশৰ তাৰিখ ঘোষণা। ADRE Grade-IV পদৰ প্ৰাৰ্থীসকলে তলত দিয়া লিংকৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।
https://jobassam.in/assam-direct-recruitment-admit-card/
https://jobassam.in/assam-direct-recruitment-admit-card/
👍22🙏10❤5😢4
SSC Constable (GD) ৰ প্ৰায় ৩৯,৪৮১ পদৰ নিযুক্তিৰ অনলাইন আবেদন প্ৰক্ৰিয়া। দশম শ্ৰেণী উতীৰ্ণ প্ৰাৰ্থীয়ে দাখিল কৰিব পাৰিব আবেদন। আবেদনৰ অন্তিম তাৰিখ ১৪ অক্টোবৰ।
https://jobassam.in/ssc-constable-recruitment/
https://jobassam.in/ssc-constable-recruitment/
👍34😢11❤2🙏2
Assam Direct Recruitment 2023 – ADRE Grade IV Vacancy List Published
https://jobassam.in/assam-direct-recruitment/
https://jobassam.in/assam-direct-recruitment/
👍24❤6😢4🙏1
ADRE OMR Sheet (Degree আৰু Driver) ৰ ফটোকপিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ২২ অক্টোবৰৰ ভিতৰত আপোনাৰ OMR Sheet ৰ বাবে আবেদন কৰিব পাৰিব। অধিক তথ্যৰ বাবে তলৰ লিংকটোত ক্লিক কৰক।
https://jobassam.in/adre-omr-sheet/
https://jobassam.in/adre-omr-sheet/
😢17👍14❤4🙏1
ADRE Answer Key Download - Assam Direct Recruitment Examination 2024
https://jobassam.in/assam-direct-recruitment-question-papers/#answerkey
https://jobassam.in/assam-direct-recruitment-question-papers/#answerkey
👍24😢12
শাৰদীয় দুৰ্গা পূজাৰ বিশেষ ক্ষণত সকলোলৈ শুভেচ্ছা যাচিলোঁ। এই পূজাৰ ভক্তি ভৰা পৰিৱেশে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি, সমৃদ্ধিৰ বতৰা।
❤109🙏12👍7😢7
Ishan Uday Scholarship ৰ অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। এই Scholarship ৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে ৩১ অক্টোবৰৰ ভিতৰত আবেদন দাখিল কৰিব পাৰিব।
https://jobassam.in/ishan-uday-scholarship-scheme/
https://jobassam.in/ishan-uday-scholarship-scheme/
👍23😢12❤2
IBPS PO Admit Card 2024 – CRP PO/MT XIV 4455 Posts Admit Card
https://jobassam.in/ibps-po-admit-card/
https://jobassam.in/ibps-po-admit-card/
😢10👍2
অহা ২৭ অক্টোবৰ তাৰিখে অনুষ্ঠিত হ’বলগীয়া ADRE পৰীক্ষাৰ Admit Card প্ৰকাশ। ADRE Class IV পদৰ প্ৰাৰ্থীসকলে তলত দিয়া লিংকৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।
https://jobassam.in/assam-direct-recruitment-admit-card/
https://jobassam.in/assam-direct-recruitment-admit-card/
👍27😢13🙏5❤3
The Online Application for Graduate Teachers (GT) and Post Graduate Teachers (PGT) Recruitment is expected to begin from 21st October 2024. A total of 9717 posts are available, with 8230 for GT and 1487 for PGT. More details will be provided soon.
🙏38👍28❤17😢16
অসম চৰকাৰৰ অধীনত PGT শিক্ষক নিযুক্তি। আৰম্ভ হল ১৪৮৭ টা পদৰ বাবে অনলাইন আবেদন। আবেদন জমা দিয়াৰ অন্তিম তাৰিখ ১৫ নৱেম্বৰ।
https://jobassam.in/dse-recruitment/
https://jobassam.in/dse-recruitment/
👍11😢9
অসম চৰকাৰৰ অধীনত হাইস্কুল শিক্ষক নিযুক্তি। আৰম্ভ হল ৮২৩০টা পদৰ বাবে অনলাইন আবেদন। আবেদন জমা দিয়াৰ অন্তিম তাৰিখ ১৫ নৱেম্বৰ।
https://jobassam.in/assam-high-school-tet/
https://jobassam.in/assam-high-school-tet/
❤14👍13😢6🙏1
এতিয়া পৰীক্ষালৈ মাত্ৰ কেইদিন মানৰ অপেক্ষা। আপোনাৰ প্ৰস্তুতিৰ অৱস্থান জানিবলৈ আমাৰ Free Mock Test সমূহত অংশগ্ৰহণ কৰক। ADRE ৰ বাবে বিশেষভাৱে প্ৰস্তুত ১৪টা Test Series।
https://assamtest.com/assam-direct-recruitment/
https://assamtest.com/assam-direct-recruitment/
👍20😢9❤2🙏1
India Post Result 2024 - Gramin Dak Sevaks 44228 Third Merit List
https://jobassam.in/india-post-result/
https://jobassam.in/india-post-result/
👍10😢5
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ২.০ ৰ অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ অন্তিম তাৰিখ ১৮ নৱেম্বৰ।
https://jobassam.in/atmanirbhar-assam/
https://jobassam.in/atmanirbhar-assam/
😢7👍5